একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

Class 7 Social Science Question Answer AJB :: Lesson 18 -- উত্তৰ-পূব ভাৰতৰ ভূগোল

Thursday, 11 November 2021

 

উত্তৰ-পূব ভাৰতৰ ভূগোল । Lesson 18 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

Lesson 18

উত্তৰ-পূব ভাৰতৰ ভূগোল


১ । উত্তৰ লিখাঃ

( ক ) উত্তৰ-পূব ভাৰতৰ অৱস্থিতি লিখা ।

উত্তৰঃ  উত্তৰ-পূৱ ভাৰতৰ ২০° উত্তৰ অক্ষাংশৰ পৰা ২৯° ৩০ মিনিট উত্তৰ অক্ষাংশলৈ আৰু ৮৯° ৮৬ মিনিট পূব দ্ৰাঘিমাংশৰ পৰা ৯৭° ৩০মিনিট পূব দ্ৰাঘিমাংশলৈ বিস্তৃত ।

( খ ) উত্তৰ-পূব ভাৰতৰ চাৰিসীমা লিখা ।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ চাৰিসীমা - উত্তৰ ভূটান আৰু তিব্বত , পূৱত ম্যানমাৰা দক্ষিনত বাংলাদেশ আৰু পশ্চিমত পশ্চিমবংগ আৰু বাংলাদেশ ।

( গ ) কি কি ৰাজ্যৰে উত্তৰ - পূব ভাৰত গঠিত ? 

উত্তৰঃ  অসম, অৰুনাচল প্ৰদেশ, নাগালেণ্ড মনিপূৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয়।

( ঘ ) উত্তৰ - পূব ভাৰতক আগুৰি থকা বিদেশী ৰাষ্ট্র কেইখনৰ নাম লিখ । 

উত্তৰঃ উত্তৰ-পূব ভাৰতক আগুৰি থকা বিদেশী ৰাষ্ট্ৰ কেইখনৰ নাম হল---

(১) ভূটান 

(২) চীন 

(৩) ম্যানমাৰ আৰু 

(৪) বাংলাদেশ


( ঙ ) অসমৰ সমভূমিৰ মাজেৰে বৈ যােৱা নদী দুখনৰ নাম লিখা । 

উত্তৰঃ অসমৰ সমভূমিৰ মাজেৰে বৈ যােৱা নদী দুখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ  আৰু বৰাক।


২। খালী ঠাই পূৰ কৰাঃ

( ক ) উত্তৰ-পূব ভাৰতৰ কেৱল অসম ৰাজ্যই ভাৰতৰ লগত সংযােগ হৈ আছে । 

( খ ) অৰুণাচল প্রদেশৰ সর্বোচ্চ শৃংগটোৰ নাম নামচা বাওৰা। 

( গ ) নগালেণ্ডৰ পূব সীমাত পাটকাই পর্বত আছে । 

( ঘ ) অসমৰ শুৱালকুছি বয়ন শিল্পৰ বাৰে বিখ্যাত । 

( ঙ ) ঝুম কৃষিক স্থানান্তৰিত  কৃষি বুলিও কোৱা হয় । 


৩। উত্তৰ - পূব ভাৰতৰ কৃষিৰ বিষয়ে লিখা । 

উত্তৰঃ সমগ্ৰ ভাৰতেই কৃষিৰ ওপৰত নিৰ্ভৰশীল উত্তৰ পূৰ্ৱাঞ্চলৰো প্ৰায় ৭০. ৩০ শতাংশ লোক কৃষিৰ ওৰত নিভৰশিল। উত্তৰ-পূব ভাৰতৰ সকলো শস্যৰ ভিতৰত ধানৰ উৎপাদনেই  বেছি। অসমৰ চাহ উৎপাদনৰ ভাৰতৰ ভিতৰতেই বেছি ইয়াৰ উপৰিয়ো অসমত বাকী কেইখন ৰাজ্যৰ তুলনাত ধান, মৰাপাত, ঘেঁহু আদি খেতি কৰা হয় আনহাতে মেঘালয় কপাহ আৰু ত্ৰিপুৰা ৰবৰ উৎপাদনত আগবঢ়া।


৪। উত্তৰ-পূব ভাৰত উদ্যোগৰ ক্ষেত্ৰত কিয় পিছপৰা ?

উত্তৰঃ  উদ্যোগৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰত পিচপৰি আছে । পাহাৰীয়া হোৱা কাৰণে য়াতায়ত ব্যবস্থা অনুনত। মেঘালয় মিজোৰাম মনিপুৰ অৰুনাচলত আজিও ৰেলপথ ব্যৱস্থা নাই। পাহাৰে আৱৰি থকা কাৰণে উদোগৰ স্থাপনৰ বাবে মেচিন আৰু কেঁচামাল অনাত অসুবিধা হয়।

Class 7 Social Science Question Answer AJB :: Lesson 17 -- বতৰ আৰু জলবায়ু

 

বতৰ আৰু জলবায়ু | Lesson 17 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

  ১ | উত্তৰ লিখা : 

( ক ) বতৰ বুলিলে কি বুজা ? 

উত্তৰঃ কোনো এখন ঠাইত, কোনো এটটা নিৰ্দিষ্ট দিনৰ সূৰ্যৰ পোহৰ, তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপ আদি লগ লাগি সৃষ্টি কৰা অৱস্থাটোকেই বতৰ বোলে।

( খ ) জলবায়ু বুলিলে কি বুজা ?  

উত্তৰঃ এখন ঠাইৰ ৩০-৪০ বছৰৰ বতৰৰ গড়ৰ অৱস্থাটোকেই জলবায়ু বোলে।

( গ )বতৰৰ উপাদানসমূহ কি কি ?

উত্তৰঃ বতৰৰ উপাদান সমূহ হ'ল- সূৰ্যৰ পোহৰ, তাপ, বায়ুৰ চাপ বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপ আদি।

( ঘ ) জলবায়ু নিয়ন্ত্রণ কৰা চাৰিটা কাৰকৰ নাম লিখা ।

উত্তৰঃ জলবায়ু নিয়ন্ত্ৰণ কৰা চাৰিটা কাৰকৰ নাম হ'ল- অক্ষাংশ, উদ্ভিদ, বতাহ, ভূ-প্ৰকৃতি।

২। কাৰণ দেখুওৱা : 

( ক ) গুৱাহাটীৰপৰা মাত্র ১০০ কিমি . দূৰত অৱস্থিত হলেও ছিলঙৰ জলবায়ু শীতল কিয় ? 

উত্তৰঃ গুৱাহাটীৰ পৰা োছিলঙৰ দূৰত্ব মাত্ৰ ১০০ কি'লমিটাৰ কিন্ত্ত ছিলং সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১৬০০মিটাৰ উচ্চতাত অৱস্থিত কাৰণে গুৱাহাটীত ৩৬ ডিগ্ৰী উচ্চতা হ'লেও সেই একে সময়তে ছিলঙৰ উচ্চতা হ'ব প্ৰায় ৩০ ডিগ্ৰী ছেলছিয়াছ। সেইবাবে গুৱাহাটীৰ পৰা মাত্ৰ ১০০ কিমি. দূৰত অৱস্থিত হ'লেও  ওছিলঙ জলবায়ু শীতল।

( খ )নিৰক্ষীয় অঞ্চলত গছবােৰ সেউজীয়া কিয় ? 

উত্তৰঃ নিৰক্ষীয় অঞ্চলত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে বাবে, তাৰ বায়ু গৰম হৈ পাতল হৈ ওপৰলৈ উৰে।সেই ঠাই পূৰাবলৈ ক্ৰান্তিদ্বয়ৰ পৰা বায়ু বৈ আহে।এই বতাহ বলাৰ বাবে নিৰক্ষীয় অঞ্চলত গছবোৰ সেউজীয়া হয়।

( গ ) ক্রান্তীয় অঞ্চলৰ পশ্চিমফালত পৃথিৱীৰ ডাঙৰ মৰুভূমিবােৰ অৱস্থিত কিয় ? 

উত্তৰঃ ক্ৰান্তীয় অঞ্চলৰ  সাগৰৰ পৰা দূৰত অৱস্থিত কাৰণে অত্যন্ত গৰম।ইয়াৰ ওপৰত থকা বায়ুৰ ঘনীভৱন হৈ  বৰষুণ নহয়। অঞ্চলটোৰ কোনো ঠাইত কেইবা বছৰ নোহোৱাকৈ থাকে।এইবোৰ অঞ্চলৰ অৰ্থাৎ ক্ৰান্তীয় অঞ্চলৰ পশ্চিমফালত পৃথিৱীৰ ডাঙ মৰুভূমি বোৰ অৱস্থিত।

৩। পার্থক্য দেখুওৱা : 

( ক )বতৰ আৰু জলবায়ু । 

( খ )তুন্দ্রা জলবায়ু আৰু পার্বত্য জলবায়ু 

৪। অক্ষাংশৰ ভিত্তিত পৃথিৱীক জলবায়ু অঞ্চলত ভাগ কৰাঁ । 

উত্তৰঃ অক্ষাংশৰ ভিত্তিত পৃথিৱীক কেইটামান তাপ মণ্ডলত ভাগ কৰা হৈছে।সেয়া হ'ল- কৰ্কটক্ৰান্তি পৰা মকৰক্ৰান্তিলৈ উষ্ণ মণ্ডল, কৰ্কটক্ৰান্তিৰ পৰা সুমেৰু বৃত্তলৈ নাতিশীতোষ্ণ মণ্ডল আৰু সুমেৰু বৃত্তৰ পৰা উত্তৰ মেৰুবিন্দুলৈ, কুমেৰু বৃত্তৰপৰা দক্ষিণ মেৰু বিন্দুলৈ হিমমণ্ডল বা শীতমণ্ডল।

৫। বিষুৱীয় অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহৰ নাম লিখ । 

উত্তৰঃ বিষুৱীয় অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহৰ নাম হ'ল- মালয়ছিয়া, ইণ্ডনেছিয়া, আমাজান আৰু কঙ্গ ' নদীৰ অৱবাহিকা, আফ্ৰিকাৰ গিনি উপকুল, পশি্চিম ভাৰতীয় দ্বীপপুঞ্জ, মালয় উপদ্বীপ, নিউগিনি।

৬। বিষুৱীয় অঞ্চলৰ উদ্ভিদৰ বিষয়ে লিখা । 

উত্তৰঃ বিষূৱীয় অঞ্চলবোৰ অধিক উত্তাপ আৰু বৃষ্টিপাতৰ বাবে গছ-গছনিবোৰ ওখ আৰু ডাঙৰ।ঢ়েকীয়াজাতীয় গছ লতা আৰু পৰাশ্ৰয়ী উদ্ভিদ যথেষ্ট বেছি।গছৰ পাতবোৰ সেউজীয়া হৈ থাকে আৰু নসৰে সেয়ে 'অঞ্চলটোৰ অৰণ্যক চিৰসেউজ অৰণ্য'বুলি কোৱা হয়।

৭। কি কাৰণে মৰুভূমিৰ সৃষ্টি হৈছে বুজাই লিখা । 

উত্তৰঃ সাগৰৰ পৰা দূৰৈত অৱস্থিত ঠাইবোৰ অত্যন্ত গৰম।ইয়াৰ ওপৰত থকা বায়ুৰ ঘনীভৱন হৈ বৰষুণ নহয়।অঞ্চলটোৰ কোনো ঠাইত কেইবাবছৰ ধৰি বৰষুণ নোহোৱাকৈ থাকে।এিবোৰ অঞ্চলত মৰুভূমিৰ সৃষ্টি হয়।

৮। মৌচুমী জলবায়ুৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ সাধাৰণতে উতত্তৰ আৰু দক্ষিণে ১০-৩০ অক্ষাংশৰ মাজত থকা মহাদেশবোৰৰ পূব অংশত এই জলবায়ু পোৱা যায়।অঞ্চলটোত গ্ৰীষ্মকালত উষ্ণতা আৰু বৃষ্টিপাত দুয়োটাই অধিক হয়।শীতকাল বৃষ্টিহীন আৰু শুকান হয়।মৌছুমী জলবায়ু অঞ্চলবৰো হ'ল- ভাৰত, বাংলাদেশ, দক্ষিণ-পূব এছিয়া, দক্ষিণ চীন, ইণ্ডনেছিয়া, উত্তৰ অষ্ট্ৰেলিয়া, উত্তৰ-পূৱ আফ্ৰিকা, আফ্ৰিকাৰ গিনি উপকুল মেক্সিব উপকুল।৪আনহাটে মৌছুমী জলবায়ু শীলকালটো শুকান আৰু বৃষ্টিহীান হোৱা বাবে পৰিৱেশ স্বাস্থ্যকৰ আৰু জনবসতিৰা বাবে উপযুক্ত।

৯। ভূমধ্যসাগৰীয় জলবায়ুৰ বৈশিষ্ট্য লিখা । 

উত্তৰঃ বিষুৱ ৰেখাৰ ওচৰত 'কিলিমাঞ্জাৰ' পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু ইয়াৰ ৫,৫০০ মিটাৰ উচ্চতাৰ শৃংগত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে।এনে অঞ্চল শীতল আৰু ইয়াত প্ৰচুৰ বৃষ্টিপাত হয়।মেৰু অঞ্চলৰৰ দৰে পৰ্বতৰ ওপৰৰ চিৰতুষাৰ ঞ্চলৰ জলবায়ু একে ধৰণৰ নহয়।কাৰণ উচ্চ পৰ্বতৰ শিখৰৰ বায়ু অতি পাতল বাবে এনে হয়। 

১০। পার্বত্য জলবায়ুৰ বিষয়ে লিখা । 

১১। জলবায়ুৱে কেনেদৰে মানুহৰ সাজ - পাৰ আৰু বাসস্থানৰ ওপৰত প্ৰভাৱ পেলায় লিখা । 

১২। গােলকীয় উষ্ণতা বুলিলে কি বুজা কি কি কাৰণত গােলকীয় উষ্ণতা বৃদ্ধি পাইছে ?

Class 7 Social Science Question Answer AJB :: Lesson 16 -- শিল আৰু মাটি

 

শিল আৰু মাটি | Lesson 16 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

 ১। উত্তৰ লিখা : 

( ক )শিল বুলিলে কি বুজা ? 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগক শিল বুলি কোৱা হয়।

( খ )শিলৰ ভাগ কেইটা আৰু কি কি ? 

উত্তৰঃ শিলৰ ভাগ তিনিটা আৰু

                             সেয়া হ'ল-

(i) আগ্নেয় শিল বা প্ৰাথমিক শিল (ii) গেছীয় শিল (iii) ৰূপান্তৰিত শিল।

( গ )আগ্নেয় শিলক কিয় প্রাথমিক শিল বুলিও কোৱা হয় ? 

উত্তৰঃ পৃথিৱীৰ প্ৰথম অৱস্থাত সৃষ্টি হোৱা শিলক আগ্নেয় শিল বুলি কোৱা হয়।ইয়াকে প্ৰাথমিক শিল বুলিও কোৱা হয়।

( ঘ )গেদীয় শিলত কিয় জীৱাশ্ম পােৱা যায় ?

উত্তৰঃ পানীত থকা গেদবোৰ বৰষুণ নৈয়ে উটুৱাই অনা বাবে এনে শিলত গছ-গছনি আৰু মৰা জীৱৰ অৱশিষ্ট সাঁচ হিচাপে থাকে।গেদীয় শিলত পোৱা সাঁচবোৰক জীৱাশঅম বোলে।

( ঙ ) ৰূপান্তৰিত শিল কাক বােলে ? 

উত্তৰঃ আগ্নেয় শিল আৰু গেদীয় শিল বহুদিন পৰি থাকিলে ভূকত্বকত বহুদিন ধৰি পৰি থাকিলে তাপ আৰু চাপৰ ফলত ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ঘটি এওবিধ নতুন শিলৰ সৃষ্টি হয়।এনে শিলক ৰূপান্তৰিত শিল বোলা হয়।

( চ )মাটি বুলিলে কি বুজা ? 

উত্তৰঃ পৃথিৱীখনৰ খোলাটোৰ একেবাৰে ওপৰৰ তৰপটোকে মাটি বোলে।

( ছ )অৱশিষ্ট মাটি কাক বােলে ? 

উত্তৰঃ শিলবোৰৰ বিভিন্ন কাৰকৰ দ্বাৰা জহি-খহি তাৰ ওচৰে পাাজৰে জমা হৈ সৃষ্টি হোৱা মাটিক অৱশিষ্ট মাটি বোলে।

( জ ) অপৈণত মাটি কাক বােলে ? 

উত্তৰঃ একেবাৰে সম্পূৰ্ণকৈ গঠন হোৱা মাটিক অপৈণত মাটি বোলে।

( ঝ ) ল’ৱেছ বুলিলে কি বুজা ? 

উত্তৰঃ মৰুভূমিৰ বালি, মাটি বতাহে উৰুৱাই নি কাষৰ অঅঞ্চলত জমা কৰাৰ ফলত সৃষ্টি হোৱা নতুন মাটিৱেই অপসৃত মাটি।এনে মাটিক আন এটা নাম ল'ৱেছ।

২। শিলক কি কি কামত ব্যৱহাৰ কৰা হয় লিখা । 

উত্তৰঃ শিলৰ ব্যৱহাৰঃ ঘৰ-দুৱাৰ, নদীৰ বান্ধ দলং, স্মৃতিসৌধ আদি বনোৱাত গ্ৰেনাইট ব্যৱহৃত হয়।বিশ্ববিখ্যাত তাজমহল মাৰ্বল পাথৰেৰে তৈয়াৰ কৰা হৈছিল।নিছ শিল দলং আৰু বান্ধ নিৰ্মাণত ব্যৱহৃত হয়।ৱেছল্ট ৰাস্তা-ঘাট, ৰেলপথ আদি বনোৱাত ব্যৱহৃত হয়।চূণশিল টিৱনপাত, চিমেন্ট আদি প্ৰস্ত্তত কৰোতে ব্যৱহৃত হয়।

৩। মাটিৰ লগত জীৱৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ মাটিৰ লগত জীৱৰ সম্পৰ্কঃ

                                                             পৃথিৱীখনৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটোক মাটি বোলে।ইয়াতে মানুহে ঘৰ সাজে, জীৱন - ধাৰণৰ বাবে খেতি বাতি কৰে। যাতায়তৰ বাবে আলি-পদূলি সাজে।মাটিয়েই খামোচ মাৰি ধৰি হাবি-জংঘল, গছ-গছনি বৰ্তী আছে।তাপ, পানী, বৰফ আৰু বতাহৰ প্ৰভাৱত পৃথিৱীৰ শিল ক্ষয় হৈ মাটি গঠন প্ৰক্ৰিয়া আৰম্ভ হয়।মাটিৰ গঠনত জলবায়ু মাটিত থকা জীৱসমূহ আৰু সময়ৰ অভাৱ যথেষ্ট।                                                  

৪। মাটিৰ শ্রেণী বিভাগ কৰি প্রত্যেকৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ মাটিৰ শ্ৰেণী বিভাগ (i) অৱশিষ্ট মাটি (ii) অপসৃত মাটি (iii) পৈণত আঞ্চলিক মাটি (iv) আন্তঃ আঞ্চলিক মাটি (v) অপৈণত মাটি।

(i) অৱশিষ্ট মাটিঃ

                              শিলবোৰ বিভিন্ন কাৰকদ্বাৰ জহি-খহি তাৰ ওচৰে-পাজৰে সৰা জমা হৈ সৃষ্টি হোৱা মাটিক অৱশিষ্ট মাটি বোলে।

                              

অপসৃত মাটিঃ

                          শিল এটা বিভিন্ন কাৰকৰ প্ৰভাৱত জহি-খহি যি মাটি হয় সেইখিনিক নদীৰ সোঁত, বতাহ-বৰষুণে নি আন ঠাইত জমা কৰিলে সেই মাটিক অপসৃত মাটি বোলে।


পৈণত আঞ্চলিক মাটিঃ

                                          কোনো অঞ্চলত জলবায়ুৰ কাৰকবোৰ (ৰ'দ,বতাহ,বৰষুণ আদিৰ) ফলত ফলত সৃষ্টি হোৱা মাটিক পৈণত আঞ্চলিক মাটি বোলে।


আন্তঃআঞ্চলিক মাটিঃ

                                         পৃথিৱীৰ কোনো কোনো অঞ্চলৰ মাটি বিশেষ ৰাসায়নিক গুণবিশিষ্ট শিলৰ পৰা গঠিত হয়।এনে মাটিক আন্তঃ আঞ্চলিক মাটি বোলে।


অপৈণত মাটিঃ

                            অপৈণত মাটি হ'ল একেবাৰেই সম্পূৰ্ণকৈ গঠন হোৱা মাটি।ইয়াক পৰ্বত-পাহাৰৰ নামনি অঞ্চলত নদীৰ তলত, মৰুভূমি আৰু হিংবাহৰ নামনি অঞ্চলত পোৱা যায়।

Class 7 Social Science Question Answer AJB :: Lesson 15 -- ভূ-অৱয়ৱ

 

ভূ-অৱয়ৱ | Lesson 15 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

 ১। উত্তৰ লিখা : 

( ক ) পর্বত বুলিলে কি বুজা ?

উত্তৰঃ ৯০০ মিটাৰতকৈ ওখবোৰক পৰ্বত বোলে।

( খ ) পৃথিৱীৰ দুখন ভংগিল পৰ্বতৰ নাম লিখা । 

উত্তৰঃ পৃথিৰ দুখন ভংগিল পৰ্বতৰ নাম হ'ল । (i) হিমায় আৰু (ii) দক্ষিণ আমেৰিকাৰ এণ্ডিজ।

( গ ) ভাৰতৰ স্তুপ পর্বতটো আৰু গ্ৰস্ত উপত্যকাটোৰ নাম লিখা । 

উত্তৰঃ ভাৰতৰ স্ত্তপ পৰ্বতটোৰঃ সাতপুৱা পৰ্বত।

ভাৰতৰ গ্ৰস্ত্ত উপত্যকাঃ নৰ্মদা নদী উপত্যকা।

( ঘ ) ভাৰতৰ দুখন পর্যটন কেন্দ্ৰৰ নাম লিখা । 

উত্তৰঃ ভাৰতৰ দুখন পৰ্যটন কেন্দ্ৰৰ নাম হ'ল- (i) ছিলং (ii) নাইনিতাল।

( ঙ ) পৃথিৱীৰ ভিতৰত উচ্চতম আৰু বৃহত্তম মালভূমি দুটাৰ নাম লিখা । 

উত্তৰঃ উচ্চতম মালভূমি হ'ল-পামিৰ মালভূমি।

বৃহত্তম মালভূমি হ'ল- তিব্বত মালভূমি।

2. চমু টোকা লিখা : 

( ক ) সঞ্চয়জাত পর্বতঃ                                        

( খ ) তৃতীয় বৰ্গৰ ভূ - অৱয়ৱ 

উত্তৰঃ সঞ্চয়জাত পৰ্বতঃ

                                           ৰ'দ, বতাহ বৰষুণ আদিৰ ফলত ভূ পৃষ্ঠত থকা পৰ্বত-পাহাৰত অনবৰতে ক্ষয় হৈ থাকে।ফলত প্ৰাচীন ভংগিল আৰু স্ত্তপ পৰ্বতৰ ক্ষয় হৈ শেষত কঠিন অংশখিনি ৰৈ যায়।এনে পৰ্বতকে ক্ষয়যাত (Erosional mountain) বোলে।ভাৰতৰ পূবঘাট, পশ্চিমঘাট আদি এনে ধৰণৰ পৰ্বত।

৩৷ পার্বত্য অঞ্চল উদ্যোগত পিছপৰি থকা কাৰণ কি ? 

উত্তৰঃ পাৰ্বত্য অঞ্চলৰ ভূ-প্ৰকৃতি অসমান।যাতায়ত ব্যৱস্থা অকোঁৱা-পকোঁৱা, কষ্টকৰ।ৰেলপথ নিৰ্মাণ কৰা অতি কষ্টসাধ্য কাম।যাতায়ন অন্নুত বাবে উদ্যোগৰ ক্ষেত্ৰত পিছপৰা।উদ্যোগৰ যন্ত্ৰ-পাতিবোৰ আনিবলৈ অসুবিধা আৰু লগতে ব্যয়ৰ হয়।

৪। মালভূমি অঞ্চলে জনজীৱনত কেনেদৰে প্ৰভাৱ পেলায় ? 

উত্তৰঃ মালভূমিয়েই মানুহৰ জীৱনযাত্ৰাত প্ৰভাৱ পেলায়। সকলো মালভূমিৰ ভূ-প্ৰকৃতি আৰু উচ্চতা একে নহয়।মালভূমিত বসবাস কৰা লোকৰ অৰ্থনৈতিক কাম-কাজো একে নহয়।সমতূলীয়া মালভঊমি অনুকূল জলবায়ু আৰু সাৰুৱা ভূমি কাৰণে কৃষি ভালদৰে হয় ভাৰতৰ দক্ষিণাত্য মালভূমিত কপাহ খেতিৰ বাবে পৃথিৱী বিখ্যাত।ঘাঁহেৰে আবৃত মালভূমিত পশুপালন কৰিবলৈ সুবিধাজনক।উত্তৰ আমেৰিকাৰ প্ৰেইৰি অঞ্চল এনেধৰণৰ মালভূমি।

৫। সমভূমি অঞ্চলত জনবসতি ঘন কিয় ?

উত্তৰঃ সমান ঠাই সাৰুৱা মাটি আৰু জলসিঞ্চনৰ সুবিধাৰ বাবে সমভূমি অঞ্চলত অতীজৰে পৰা জনবসতি ঘন।বানপানীয়ে পলস পেলাই থৈ যায় কাৰণে সমভূমি অঞ্চলত খেতি-বাতি ভাল হয়।সমভূমি অঞ্চলত যাতায়ত ব্যৱস্থা সূচল হোৱাৰ উপৰিও উন্নত।সমভূমি অ়্চলত প্ৰয়োজনীয় আটাইবোৰ সুবিধা নগৰ-চহৰবোৰ গঢ় লৈ উঠিছে।সেইবাবে অ়্চলত জনবসতি ঘন হয়।

Class 7 Social Science Question Answer AJB :: Lesson 14 -- পৃথিৱীৰ বিভিন্ন স্তৰ

 

পৃথিৱীৰ বিভিন্ন স্তৰ | Lesson 14 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

 ১। উত্তৰ লিখা : 

ক ) ভূগৰ্ভত থকা গলিত পদার্থক কি বুলি কোৱা হয় ? 

উত্তৰঃ ভূগৰ্ভত থকা গলিত পদাৰ্থক মেগমা বোলে।

( খ ) ছিয়াল স্তৰটো কি কি পদার্থৰে গঠিত ? 

উত্তৰঃ ছিয়াল স্তৰটো গধুৰ উপাদান গ্ৰেনাইট ইলেৰে গঠিত।

( গ ) লাে আৰু নিকেলেৰে গঠিত স্তৰটোক কি নামেৰে জনা যায় ? 

উত্তৰঃ লো আৰু নিকেলেৰে গঠিত স্তৰটোক নিফে নামেৰে জনা যায়।

( ঘ ) ভূত্বকে পৃথিৱীৰ মুঠ আয়তনৰ কিমান শতাংশ ঠাই আগুৰি আছে । 

উত্তৰঃ ভূত্বকে পৃথিৱীৰ মুঠ আয়তনৰ ৫ শতাংশ, প্ৰবাৰে ৮০ শতাংশ আৰু শাহ স্তৰটোৱে ১৫ শতাংশ ঠাই আগুৰি আছে।

2. খালী ঠাই পূৰ কৰাঁ : 

( ক ) ভূত্বকতে মহাদেশ আৰু মহাসাগৰ আছে । 

( খ ) ছিমা স্তৰটো ছিলিকা আৰু গধুৰ উপাদানেৰে গঠিত । 

৩। ভূত্বক বুলিলে কি বুজা ? 

উত্তৰঃ পৃথিৱীখ বিভিন্ন পদাৰ্থৰ সংমিশ্ৰত গঠিত হৈছে। পদাৰ্থবোৰৰ ওপৰত ভিত্তি কৰি পৃথিৱীখনক কেইবাটাও মণ্ডলত ভাগ কৰা হয়।পৃথিৱীখনৰ একেবাৰে ওপৰৰ প্ৰায় 35-40 কিমি. ডাঠ তৰপটোক ভূত্বক বোলে।

৪। পৃথিৱীৰ বিভিন্ন স্তৰকেইটাৰ ছবি আঁকি দেখুওৱাঁ । 

৫। পৃথিৱীৰ বিভিন্ন স্তৰকেইটাৰ বিষয়ে লিখা ।

উত্তৰঃ ছিয়াল স্তৰঃ

                                  ছিয়াল স্তৰৰ তলৰ স্তৰটো তুলনামুলকভাৱে গধুৰ উপাদানেৰে গঠিত।এই স্তৰটোৰ ঘনত্ব ৩.১ আৰু ৫ আৰু ডাঠ প্ৰায় ২,৯০০ কি.মি.।


ছিমা স্তৰঃ 

                   ছিমা স্তৰটোৰ পৰা একেবাৰে ভূ-কেন্দলৈ থকা স্তৰটো আটাইতকৈ গধুৰ উপাদানেৰে গঠিত।এই স্তৰটোৰ ঘনত্ব ১১ আৰু ডাঠ প্ৰায় ৩,৫০০ কিমি. ছিমা স্তৰটোৰ উপাদানবোৰৰ ভিতৰত নিকেল আৰু লো প্ৰাচুৰ্যতা অধিক।


নিফে স্তৰঃ

                     ছিয়া স্তৰক চমুকৈ নিফে বুলিও কয়।ভূত্বকে পৃথিৱীৰ মুঠ আয়তনৰ ৫ শতাংশ, প্ৰবাৰে ৮০ শতাংশ আৰু শাহ স্তৰটোৱে ১৫ শতাংশ ঠাই আগুৰি আছে।

Class 7 Social Science Question Answer AJB :: Lesson 13 - বিশ্ব - শান্তি আৰু আন্তর্জাতিক সহযােগিতা

 

বিশ্ব - শান্তি আৰু আন্তর্জাতিক সহযােগিতা | Lesson 13 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

    বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সংযোগিতা

ত্তৰ লিখা । 

( ক ) কোন চনত প্রথম বিশ্বযুদ্ধ হৈছিল ?

উত্তৰঃ ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল।

( খ ) জাতিসংঘ কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰঃ  জাতিসংঘ ১৯২০ চনৰ ১০ জানুৱাৰীত স্থাপন কৰা হৈছিল।

( গ ) ৰাষ্ট্ৰসংঘ দিবস ’ কোন তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ 'ৰাষ্ট্ৰসংঘ দিৱস' ২৪ অক্ট'বৰ তাৰিখে পালন কৰা হয়।

( ঘ ) ৰাষ্ট্ৰসংঘৰ কোনটো অংগক সদস্য - ৰাষ্ট্ৰসমূহৰ সংসদ ’ বুলি কোৱা হয় ? SIT 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক 'সদস্য-ৰাষট্ৰসংঘৰ সংসদ' বুলি কোৱা হয়।

( ঙ ) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন কি কি ? 

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য-ৰাষ্ট্ৰকেইখন হ'ল- ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, ৰাঁচিয়া, আৰু চীন।

( চ ) ভেট ’ কি ? 

উত্তৰঃ যিকোনো এখন স্থায়ী সদস্য-ৰাষ্ট্ৰই যি কোনো সিদ্ধান্তক বাধা দিব পাৰে এনে ক্ষমতাক ইংৰাজী ভেট (Veto) বোলে।

( ছ ) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ কার্যকাল কিমান বছৰ ? 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ন্যায়াধীশসকলৰ কাৰ্যকাল ৯ বছৰ।

( জ ) আন্তঃৰাষ্ট্ৰীয় শিক্ষা , বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা কেতিয়া স্থাপন হৈছিল ? 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সন্থা ১৯৪৫ চনত স্থাপন হৈছিল?

( ঝ ) আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰী পুঁজিৰ প্ৰধান কার্যালয় ক’ত ?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰী পুঁজিৰ প্ৰধান কাৰ্যালয় নিউইৰ্য়কত।

( ঞ ) “ বিশ্ব স্বাস্থ্য দিবস ’ কোন তাৰিখে পালন কৰা হয় ?

উত্তৰঃ 'বিশ্ব স্বাস্থ্য দিৱস' ৭ এপ্ৰিল তাৰিখে পালন কৰা হয়।

( ট ) ছাৰ্কৰ মুখ্য কার্যালয় ক'ত অৱস্থিত ? কাঁচ মও ২। 

উত্তৰঃ  ছাৰ্কৰ মূখ্য কাৰ্যালয় কাঠমাণ্ডত অৱস্থিত।

২. খালী ঠাই পূৰ কৰা : 

( ক ) ৰাষ্ট্ৰসংঘৰ বর্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা 192

( খ ) ৰাষ্ট্ৰসংঘৰ  6 টা প্রধান অংগ আছে ।

( গ ) সাধাৰণ সভাত প্রত্যেক সদস্য - ৰাষ্ট্ৰৰ ভােটৰ পৰিমাণ 1

( ঘ ) মুঠ 15 খন সদস্য - ৰাষ্ট্ৰৰে নিৰাপত্তা পৰিষদ গঠিত । 

( ঙ ) নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ কাৰ্যনিৰ্বাহক সমিতি বুলি কোৱা হয় ।

( চ )আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কার্যালয়  হলেণ্ডৰ ডি-হেগ চহৰত অৱস্থিত।

( ছ ) সচিবালয় ৰাষ্ট্ৰসংঘৰ প্ৰধান প্রশাসনীয় কেন্দ্র ।

( জ ) বিশ্ব স্বাস্থ্য সংস্থাৰ প্রধান কার্যালয়   জেনেজাত  চহৰত অৱস্থিত । 

( ঝ )সাধাৰণ সভাৰ অধিৱেশন বছৰত 1 বাৰ অনুষ্ঠিত হয় । 

ঞ ) ছাৰ্ক 1945 চনত স্থাপিত হৈছিল । 

৩. যথাযথ উত্তৰ লিখা : 

( ক ) ৰাষ্ট্ৰসংঘৰ কেনেকৈ সৃষ্টি হৈছিল ? 

উত্তৰঃ পৃথিৱীক অতি ক্ষতি আৰু ধ্বংসৰ পৰা ৰক্ষা ৰক্ষা কৰিবলৈ জাতিসংঘৰ লক্ষ্য-উদ্দেশ্যৰে আধাৰত এটা নতুন সন্থা গঠনৰ চেষ্টা চলিলে।এই চেষ্টাৰ ফলত সৃষ্টি হ'ল ৰাষ্ট্ৰসংঘ।এনেদৰেই ৰাষ্ট্ৰসংঘৰ সৃষ্টি হৈছিল। 

( খ ) সাধাৰণ সভাক কিয় সদস্য - ৰাষ্ট্ৰসমূহৰ সংসদ ’ বুলি কোৱা হয় ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সকলো সদস্য-ৰাষ্ট্ৰ সাধাৰণ সভাৰ সদস্য।সেয়েহে সাধাৰণ সভাক 'সদস্য-ৰাষ্ট্ৰসমূহৰ সংসদ'বুলি কোৱা হয়।

( গ ) ন্যাসৰক্ষী পৰিষদৰ দুটা কার্য লিখা । 

উত্তৰঃ ন্যাসৰক্ষী পৰিষদৰ দুটা কাৰ্য হ'ল।

(i) ন্যাসৰক্ষী পৰিষদে তাৰ অধীনৰ অঞ্চলবোৰক ৰাজনৈতিক, সামজাকিক, অৰ্থনৈতিক শিক্ষা আদি বিষয়ৰ উন্নতিৰ বাবে চেষ্টা চলায়।

(ii) ন্যাস অঞ্চলত বসবাস কৰা পিছপৰা জাতিসমূহৰ উন্নয়নৰ ক্ষেত্ৰত ন্যাসৰক্ষী পৰিষদে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

(ঘ) আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বা নিৰ্ভৰশীলতা কাক বােলে ? 

উত্তৰঃনিজ অভাৱ পূৰাবলৈ এখন দেশে আন দেশৰ ওপৰত নিৰ্ব কৰিবলগীয়া হয়।ইয়াকে সহস অৰ্থত আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বা নিৰ্ভৰশীলতা বোলে।

(ঙ) ছাৰ্কৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ  ভাৰতকে ধৰি এছিয়াৰ দাপোণত দক্ষিণত অৱস্থিত চুবুৰীয়া ৰাষ্ট্ৰকেইখনে আঞ্চলিক সংগঠন দক্ষিণ এছিয়া মাণ্ডলিক সহযোগিতা বা ছাৰ্ক বুলি জনা যায়।ইয়াৰ  মুখ্য কাৰ্যালয় কাঠমাণ্ডুত।এই সংগঠনটো ১৯৮৫ চনত স্থাপিত হৈছিল।ছাৰ্কৰ সদস্য ৰাষ্ট্ৰবোৰ হ'ল ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান, শ্ৰীলংকা, মালদ্বীপ।সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ সৰ্বতোপ্ৰকাৰৰ মংগল সাধনেই সংগঠনটোৰ মূল্য লক্ষ্য। 

৪।ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ লিখা ।

উত্তৰঃ 

৫।ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবােৰে পালন কৰিবলগীয়া যি কোনাে চাৰিটা নীতি লিখা । 

উত্তৰঃ (i) সাৰ্বভৌম সকলো ৰাষ্ট্ৰকে ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে সমান জ্ঞানকৰিব লাগিব।

(ii) ৰাষ্ট্ৰসংঘ সদস্য হিচানপে পাবলগা অধিকাৰ আৰু সুবিধাৰ বাবে সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘ চদনত থকা দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। 

(iii) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায় যআতে বিপদাপন্ন নহয় তাৰ বাবে সদস্য ৰাষ্ট্ৰবোৰে শান্তিপূৰ্ণ উপায়ে বিবাদ মীমাংসা কৰিব লাগিব।

(iv) ৰাষ্ট্ৰসংঘৰ সদস্যযুক্ত নোহোৱা ৰাষ্ট্ৰবোৰেও বিশ্ব-শান্তি আৰু নিৰাপত্তা ৰক্ষাত বৰঙণি যোগাব পৰাকৈ ৰাষ্ট্ৰসংঘই আৱশ্যকীয় ব্যৱস্থা কৰিব।

৬। অর্থনৈতিক আৰু সামাজিক পৰিষদৰ যি কোনাে চাৰিটা উদ্দেশ্য লিখা । 

উত্তৰঃ (i) জনসাধাৰণৰ জীৱনসধাৰণৰ মান উন্নত কৰা।

(ii) নিবনুৱা সমস্যা দূৰ কৰা। 

(iii) সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ পথ সুগম কৰা।

(iv) পৰিষদখনে লক্ষ্যত উপনীত হ'বলৈ অহৰহ চেষ্টা কৰে।

৭। ৰাষ্ট্ৰসংঘৰ সদস্যপদ কেনেকৈ পাব পাৰি আৰু কেতিয়া হেৰুৱাবলগীয়া হয় লিখা । 

উত্তৰঃ পৃথিৱীৰ প্ৰতিখন শান্তিকৰ্মী ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘ সদস্য হ'ব পাৰে।সদস্য হ'ব খোজা ৰাষ্ট্ৰসমূহৰ আবেদন প্ৰথমে ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ নিৰাপত্তা পৰিষদত আলোচনা কৰা হয়।নিৰাপত্তা পৰিষদে চালি-জাৰি চাই অনুমোদন জনোৱাৰ পাছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ পঠোৱা হয়।সাধাৰণ সভাত ২/৩ অংশ ভোটত গৃহীত হ'লে আবেদনকাৰী ৰাষ্ট্ৰক সদস্য ৰাষঅট্ৰ হিচাপে ঘোষণা কৰা হয়।

                      ৰাষ্ট্ৰসংঘৰ নীতি-নিয়ম উলংঘা কৰা ৰাষঅট্ৰক সদস্য পদৰ পৰা পদচ্যুত কৰা হয়।বহিস্কাৰ সম্পৰ্কে নিৰাপত্তা পৰিষদে লোৱা সিদ্ধান্তক সাধাৰণ সভাই ২/৩ অংশ ভোটত অনুমোদন কৰিলে ৰাষ্ট্ৰখনে ৰাষঅট্ৰসংঘৰ সদস্যপদ হেৰুৱাই।

৮। সাধাৰণ সভাৰ ক্ষমতা আৰু কার্যাৱলী বর্ণনা কৰাঁ । 

উত্তৰঃ (i) সাধাৰণ সভাই সদস্য-ৰাষ্ট্ৰ আৰু নিৰাপত্তা পৰিষদলৈ পৰামৰ্শ আগবঢ়াব পাৰে।প্ৰথমতে কোনো বিষয়ত ব্যৱস্থা গ্ৰহণ কৰি লাগিলে সাধাৰণ সভাই নিৰাপত্তা পৰিষদক জনাব লাগিব।দ্বিতীয়তে নিৰাপত্তা পৰিষদে লোৱা ব্যৱস্থাৰ ওপৰত সাধাৰণ সভাই আলোচনা কৰিব পাৰে।

(ii) ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ সাধনৰ বাবে সাধাৰণ সভাই বিভিন্ন ধৰণৰ নীতি-নিয়ম প্ৰস্ত্তত কৰিব পাৰে।

(iii) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য-ৰাষ্ট্ৰবোৰকো শান্তিৰ কাৰণে ঐক্য প্ৰস্তাৱৰ জৰিয়তে সাধাৰণ সভাই পৰামৰ্শ দিব পাৰে।

(iv) ৰাষ্ট্ৰসংঘৰ বাজেট প্ৰস্ত্তত কৰা দায়িত্ব সাধাৰণ সভাৰ ওপৰতে ন্যস্ত।

(v) সাধাৰণ সভাই সচিব প্ৰধান আৰু আন্তঃৰাষ্ট্ৰীয় আদালতৰ ন্যায়ধীশৰ নিৰ্বাচন কৰে।

(vi) সাধাৰণ সভাৰ আন এটা গুৰুত্বপূৰ্ণ ক্ষমতা হ'ল ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন।

৯। নিৰাপত্তা পৰিষদৰ গঠন , ক্ষমতা আৰু কার্যাৱলী বর্ণনা কৰাঁ । 

উত্তৰঃ 

১০। সচিব প্রধানক কেনেকৈ নিয়ােগ কৰা হয় ? সচিব প্রধানৰ দায়িত্ব আৰু কর্তব্যবােৰ উল্লেখ কৰাঁ । 

১১। আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বৃদ্ধিত যােগাযােগ , আঞ্চলিক সহযােগিতাই কেনেকৈ সহায় কৰে লিখা । 

১২। তলৰ সংক্ষিপ্ত ৰূপকেইটা সম্পূর্ণ ৰূপত লিখা : 

ক ) UNO = United Nations organisation       

খ ) UNESCO = United Nations Educational Scientific and Cultural Oraganization 

গ ) UNICEF =United Nations of International Children Emergency  Fund

ঘ ) WHO= World Health Organization  

ও ) ILO = International labour  Union

চ ) FAO =Food and Agrecultural  Organization 

ছ ) IMF =International Monetry Fund.

ছ ) ASEAN= Assaciation of south -East asian Nations

ঝ ) SAARC= South Asia Association for Regional Co-operation

Class 7 Social Science Question Answer AJB:: Lesson 12 -- মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন

 

মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন | Lesson 12 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

১. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা : 

( ক ) মানৱ সম্পদ মানে কি ? 

উত্তৰঃ 

( খ ) দ্বিতীয় মহাযুদ্ধৰ সময়ত কোনখন দেশত দুটাকৈ এটম বােমা নিক্ষেপ কৰা হৈছিল ? 

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ সময়ত আমেৰিকাৰ যুক্তৰাষ্ট্ৰত দুটাকৈ বোমা নিক্ষেপ কৰা হৈছিল।জাপান।

( গ ) মানৱ সম্পদ উন্নয়নৰ মুখ্য উদ্দেশ্য কি ? 

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ মূল উদ্দেশ্য হ'ল- সকলো শ্ৰেণীৰ মানুহৰ সৰ্বতোপ্ৰকাৰে বিকাশ সাধন কৰা।

( ঘ ) বৃত্তিমূলক শিক্ষা কাক বােলে ? 

উত্তৰঃ যি শিক্ষাই ব্যক্তি এগৰাকীক উপাাৰ্জন কৰাৰ বাবে বা কোন এটা বৃত্তি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলে তেনে শিক্ষাক বৃত্তিমূলক শিক্ষা (Professional education) বোলে।

( ঙ ) নিবনুৱা বুলিলে কি বুজা ? 

উত্তৰঃ কাম কৰাৰ ইচ্ছা আৰু যোগ্যতা থকা সত্ত্বেও দেশত প্ৰচলিত হাৰত মজুৰী পোৱা বা উপাৰ্জন কৰিবলৈ অক্ষম ব্যক্তিক নিৱনুৱা বোলা হয়।

২. তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা : 

( ক ) দেশৰ সকলাে লােকক মানৱ সম্পদ বােলা হয় ।

উত্তৰঃ অশুদ্ধ।

( খ ) শাৰীৰিকভাৱে বিকলাঙ্গ লােকসকল মানৱ সম্পদ হ’ব পাৰে । 

উত্তৰঃ শুদ্ধ।

( গ ) প্রাকৃতিক সম্পদ অবিহনে আর্থিক উন্নয়ন সম্ভৱ নহয় ।  

উত্তৰঃ শুদ্ধ।

( ঘ ) দেশত জনসংখ্যাৰ পৰিমাণ অধিক হােৱাটো মানৱ সম্পদত চহকী হােৱা বুজায় ।

উত্তৰঃ অশুদ্ধ।

( ঙ ) মানৱ সম্পদ উন্নয়ন আৰু আর্থিক উন্নয়ন পাৰস্পৰিক নিৰ্ভৰশীল । 

উত্তৰঃ শুদ্ধ।

৩. মানৱ সম্পদ উন্নয়নৰ যি কোনাে পাঁচোটা কাৰক লিখা ।

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ যিকোনো পাঁচোটা কাৰক হ'ল-

(i) শিক্ষাঃ মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈছে শিক্ষা।

জনস্বাস্থ্যঃ মানৱ সম্পদ বিকাশৰ আন এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে স্বাস্থ্য।

পুষ্টিকৰ খাদ্যঃ দেশৰ প্ৰতিগৰাকী ব্যক্তিক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ পুষ্টিকৰ খাদ্য অতি আৱশ্যক।

বৃত্তিমূলক শিক্ষাঃ মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

পূৰ্ণ কৰ্মসংস্থানঃ পূৰ্ণ কৰ্মসংস্থান মানে হৈছে দেশৰ সকলো ব্যক্তি যি কোনো উৎপাদন কাৰ্যত জড়িত হৈ দেশত প্ৰচলিত মজুৰী পোৱা বা উৎপাদন কৰা।

Class 7 Social Science Question Answer AJB :: Lesson 11 -- উত্তৰ - পূৰ্বাঞ্চলৰ জনসংখ্যা

 

উত্তৰ - পূৰ্বাঞ্চলৰ জনসংখ্যা | Lesson 11 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

১৷ তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা : 

( ক ) কোন জনগােষ্ঠীৰ লােকসকল সর্বপ্রথমে উত্তৰ - পূর্বাঞ্চলত বসতি স্থাপন কৰিছিল ? 

উত্তৰঃ দক্ষিণ পুূব এছিয়াৰ পৰা অহা অষ্টএছিুয়াটিক ভাষআৰ জনগোষ্ঠী লোকসকলে।

( খ ) তেৰ শতিকাৰ আৰম্ভণিতে উত্তৰ - পূব দিশেদি প্রৱেশ কৰা লােকসকল অসমত কি নামেৰে খ্যাত হয়? 

( গ ) ছিকিমত বর্তমান কোন সম্প্রদায়ৰ লােকৰ সংখ্যা সর্বাধিক ? 

( ঘ ) উত্তৰ - পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ দশকীয়া হাৰ আটাইতকৈ বেছি ?

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডত।

( ঙ ) উত্তৰ - পূৰ্বাঞ্চলৰ আটাইতকৈ জনবহুল ৰাজ্য অসমত কিমান শতাংশ লােক নগৰতবাস কৰে ? 

উত্তৰঃ ১৪.১ শতাংশ লোক।

২) তলত দিয়া বাক্যসমূহৰ খালী ঠাইবােৰ পূৰ কৰা :

( খ ) লেপচা সকল ছিকিমৰ আদি বাসিন্দা । 

( খ ) ১৯৯১-২০০১ চনৰপৰা সমগ্র উত্তৰ - পূর্বাঞ্চতে জনসংখ্যা বৃদ্ধিৰ হাৰ দ্রুতগতিত বৃদ্ধি পায় । 

( গ ) শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত মিজোৰামৰ স্থান ভাৰতৰ ভিতৰত দ্বিতীয়। 

( ঘ ) উত্তৰ - পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত         ত নগৰত বাস কৰা লােকৰ অনুপাত আটাইতকৈ বেছি । 

( খ )অসমত ৭৩ শতাংশ লােক গাঁৱত বাস কৰে । 

৩) তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা : 

( ক ) পাহাৰীয়া অঞ্চলতকৈ ভৈয়ামৰ অঞ্চলত জনবসতি ঘন কিয় ? 

উত্তৰঃ পাহাৰীয়া অঞ্চলতকৈ ভৈয়ামৰ অঞ্চলত জনবসতি ঘন।পাহাৰীয়া অঞ্চলত খেতি-বাতি, যাতায়ত, পৰিৱহণ, যোগাযোগ, শিল্প উদ্যোগ, ব্যৱসায় আদি সকলে ক্ষেত্ৰত অসুবিধা পাহাৰীয়া অঞ্চলত এনে অসুবিধাবোৰ সীমিত।সেয়ে এনে অঞ্চলত জনবসতি পাতল।

        আনহাতে সমলত অঞ্চলত ওপৰত লিখা সকলোবোৰ সুবিধা।সমতল অঞ্চল খেতিৰ বাবেও উপযোগী।আৰু জান-জুৰিও ওচৰত থাকে।সেইবাবে সমতল অঞ্চলত জনবসতি ঘন।

( খ ) প্রতি বর্গ কিল'মিটাৰত ১৫০ তকৈ অধিক জনসংখ্যা থকা উত্তৰ - পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন কি কি ?  

উত্তৰঃ প্ৰতি বৰ্গ  কি'লমিটাৰত ১৫০ তকৈ অধিক জনসংখ্যা থকা উত্তৰ-পূৰ্বাঞ্চলৰ  ৰাজ্যকেইখন  হ'ল- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম, ছিকিম।

( গ ) উত্তৰ - পূর্বাঞ্চল নগৰীকৰণৰ দিশত পিছপৰি থকাৰ মূল কাৰণ কি ? 

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ নগৰীকৰণৰ দিশত পিছপৰি থকাৰ মূল কাৰণ হ'ল- অঞ্চলটোৰ অৰ্থনৈতিক দুৰবস্থা, শাকুমীয় গতিৰ উদ্যোগীকৰণ, যাতায়তৰ অসুবিধা আদি।

( ঘ ) উত্তৰ - পূৰ্বাঞ্চলৰ নগৰসমূহত জনবসতি অতি ঘন হােৱাৰ কাৰণ কি ?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ নগৰ সমূহত জনবসতি অতি ঘন হোৱাৰ কাৰণ হ'ল-  উত্তৰ-পূৰ্বাঞ্চলৰ গাঁৱৰ তুলনাত নগৰ অঞ্চলত যাতায়ত, পৰিবহণ, যোগাযোগ, শিল্প-উদ্যোগ, ব্যৱসায় আদি সকলো ক্ষেত্ৰত সুবিধা বেছি।

                     উদাহৰণ স্বৰূপেঃ-

                                                  অসমৰ গাওঁ অ়্চলত উচ্চশিক্ষা অনুন্নত হোৱাৰ বাবে গাঁৱৰ ছাত্ৰ-ছাত্ৰীেয়ে গুৱাহাটীলৈ আহে উচ্চশিক্ষা গ্ৰহণৰ বাবে যায়।

Class 7 Social Science Question Answer AJB:: Lesson 10 -- আমাৰ দেশৰ শাসন ব্যৱস্থা

 

আমাৰ দেশৰ শাসন ব্যৱস্থা | Lesson 10 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

 (১) একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) আমাৰ দেশত কোনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মজত ক্ষমতা ভাগ কৰি দিছে?
উত্তৰঃ আমাৰ দেশত ভাৰতীয় সংবিধান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা ভাগ কৰি দিছে।

(খ) ভাৰতবৰ্ষথ চৰকাৰৰ শাসন ব্যৱস্থাৰ ঘআই খুঁটা হিচাপে কাক অভিহিত কৰা হয়?
উত্তৰঃ ভাৰতবৰ্ষত চৰকাৰৰ শাসন ব্যৱস্থাৰ ঘাই খুটা হিচাপে সংবিধানক অভিহিত কৰা হয়।

(গ) ভাৰতীয় সংবিধানমতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন?
উত্তৰঃ ভাৰতীয় সংবিধানমতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী-ৰাষ্ট্ৰপতি।

(ঘ) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৫ বছৰ।

(ঙ) সংসদৰ উচ্চ সদন আৰু নিম্ন সদনৰ নাম কি?
উত্তৰঃ সংসদৰ উচ্চ সদন

(চ) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মোননীত কৰিব পাৰে?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ ২ জন সদস্য মনোনীত কৰিব পাৰে।

(ছ) এখন ৰাজ্যৰ শাসনৰ মুৰব্বী কোন?
উত্তৰঃ এখন ৰাজ্যৰ শাসনৰ মুৰব্বী হৈছে- ৰাজ্যপাল।

(জ) প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি?
উত্তৰঃ ১৮ বছৰ ওপৰৰ ভাৰতীয় সকলো নাগৰিককে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলে।

(ঝ) অসমৰ কোন দুখন জিলাত পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্বশাসিত জিলা পৰিষদৰ ব্যৱস্থা কৰা হয়?
উত্তৰঃ অসমৰ কাৰ্বি আংলং পাৰ্বত্য জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্বশআসিত জিলাপৰিষদৰ ব্যৱস্থা কৰা হয়।

(ঞ) বিটিএডিৰ সম্পূৰ্ণ নামটো কি?
উত্তৰঃ বিটিএডিৰ সম্পূৰ্ণ নামটো হ'ল- Bodoland Territorial Areas District.

(২) উত্তৰ লিখাঁ।
(ক) ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি লিখাঃ ভাৰতৰ ৰাষ্ট্ৰপতিক নাগৰিকে পোনপটিয়াকৈ নিৰ্বাচন নকৰে।ৰাজসভা, লোকসভাৰ সাংসদ আৰু বিভিনিন ৰাজ্যৰ বিধায়কে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰে।
  ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ অৰ্হতাসমূহঃ
(ক) ভাৰতৰ নাগৰিক হ'ব লাগিব।

(খ) বয়য়স অন্ততঃ ৩৫ বছৰ হ'ব লাগিব।

(গ) লোকসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা থাকিব লাগিব।

(ঘ) কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ কোনো লাভ জনক পদত নিয়োজিত হৈ থাকিব নোৱাৰিব।

(খ) বিটিএডিৰ অন্তৰ্ভূক্ত জিলা চৰিখনৰ নাম লিখা।
উত্তৰঃ বিটিএডিৰ অন্তৰ্ভূক্ত জিলা চাৰিখনৰ নাম হ'লঃ- (i) কোকৰাঝআৰ (ii) চিৰাং (iii) বাক্সা আৰু (iv) ওদালগুৰি।

(গ) ভাৰতীয় বিধানসভাৰ মতে ৰাজ্যিক বিধানসভাৰ মুঠ সদস্য সংখ্যা কিমান হ'ব পাৰে?
উত্তৰঃ ভাৰতীয় বিধানসভাৰ মতে ৰাজ্যিক বিধানসভাৰ মুঠ সদস্য সংখ্যা ১২ গৰাকী হ'ব পাৰে।

(ঘ) বিধানসভাৰ দুটা প্ৰয়োজনীয় অৰ্হতা লিখা।
উত্তৰঃ বিধানসভাৰ দুটা প্ৰয়োজনীয় অৰ্হতা হ'ল- (i) ভাৰতীয় নাগৰিক হ'ব লাগিব, (ii) বয়স ২৫ বছৰ হ'ব লাগিব।

(ঙ) ভাৰতৰ ৰাষ্ট্ৰপতীয়ে কি পৰিস্থিতিত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে?
উত্তৰঃ দেশৰল কোনো অংশত বা গোটেই দেশথ বিদ্ৰোহ সূচনা হ'লে, অন্য ৰাষ্ট্ৰৰ লগত যুদ্ধ লাগিলে, অন্য কোনো ৰাজ্যত সংবিধান অনুসৰি শাসন কাৰ্য পৰিচালনা কৰা সম্ভৱ হৈ পৰিলে, কোনো ৰাজ্যৰ বিত্তীয় অৱস্থা সংকটজনক হ'লে ভাৰতীয় ৰাষ্ট্ৰপতীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।

(চ) ভাৰতীয় ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতন কোন কোন জড়িত থাকে।
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৰাজ্যসভা, লোকসভাৰ সাংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধাায়কে জড়িত থাকে।

(ছ) ভাৰতৰ ৰাষ্ট্ৰপতিক কি অপৰাধৰ বাবে পদৰ পৰা অপসাৰিত কৰিব পাৰি?
উত্তৰঃ সংবিধান ভংগ লেখীয় গুৰুত্বৰ অপৰাধত ভাৰতীয় ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰিত কৰিবহ পাৰে।

(৪) ভাাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াবলৈ হ'লে কি কি অৰ্হতাৰ প্ৰয়োজন হয়?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগ বঢ়াবলৈ হ'লে।প্ৰয়োজন হোৱা অৰ্হতা সমূহ হ'ল-

(ক) ভাৰতীয় নাগৰিক হ'ব লাগিব,

(খ) বয়স অন্ততঃ ৩৫ বছৰ হ'ব লাগিব,

(গ) কোলসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা থাকিব লাগিব, আৰু

(ঘ) কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ কোনো লাভজনক পদত নিয়োজিত হৈ থাকিব নোৱাৰিব।

(৫) ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৈৱলীৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীবহোৰ হ'ল-
     
(i) ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিৱেশ আহ্বান কৰিব পাৰে, স্থগিকৰণ আৰু ভংগও কৰিব পাৰে।
(ii) ভাৰতৰ লগত বিদেশী ৰাষ্ট্ৰৰ সম্পৰ্ক আৰু যোগাযোগ ৰক্ষা কৰাৰ দায়িত্বও ৰাষ্ট্ৰপতিক দিয়া আছে।

(iii) ভাৰতৰ ৰাষ্ট্ৰপতি দেশ প্ৰতিৰক্ষা বাহিনী মুখ্য সেনা ৰক্ষি। অন্য ৰাষ্ট্ৰৰ সৈতে যুদ্ধ ঘোষণা কৰীৰ ক্ষমতা যিদৰে আছে, শান্তি স্থাপনৰ সৈতে সন্ধি স্থাপনৰ ক্ষমতাও ৰাষ্ট্ৰপতিৰ হাততে আছে।

(৬) ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ ক্ষমতা সম্পৰ্কে লিখাঁ।
উত্তৰঃ ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ ক্ষমতা হ'ল-
(i) মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাত সভাপতিত্ব কৰে।সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মূখ্যমন্ত্ৰীৰ মতামতৰ ওপৰত গুৰুত্ব দিয়া হয়।
       

৭) চমু টোকা লিখা।

(ক) স্বায়ত্বশাসিত জিলা পৰিষদঃ
                         আমাৰ ৰাজ্যৰ শাসন ব্যৱস্থাত স্বায়ত্ব শআসিত জিলা পৰিষদ সুবিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে।ভাৰতীয় সংবিধানত জনজাতীয় লোকসকলৰ প্ৰশাসনৰ সু-ব্যৱস্থাৰ কাৰণ স্বায়ত্বশাসিত জিলা পৰিষদ গঠন কৰা হৈছে।কাৰ্বি আংলঙ পাৰ্বত্য জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত স্বায়ত্বশাসিত জিলা পৰিষদৰ ব্যৱস্থা আছে।

(খ) বিটিএডিঃ
                          ২০০৩ চনৰ ২৮ ছেপ্তেম্বৰ তাৰিখে ভাৰতীয় সংবিধানৰ আধাৰত বড়ো এলেকা জিলা পৰিষদ অৰ্থাৎ বিটিএডি পৰিষদ গঠন কৰা হৈছিল।বিটিএডিৰ সম্পূৰ্ণ অৰ্থ হ'ল (Bodoland Territorial Areas   District) . বিটিএডিৰ অন্তভূৰ্ক্ত চাৰিখন জিলা হ'ল- কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি।            

Most Important Questions.

(i) বিধান সভাীৰ সদস্যৰ দুটা অৰ্হতা লিখা।

(ii) ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ ৭মতা সম্পৰ্কে লিখা।

(iii) প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি?

(iv) ভাৰতৰ প্ৰধান মন্ত্ৰীৰ ক্ষমতা সম্পৰ্কে লিখা।

(v) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?

(vi) বিটিএডিৰ সম্পূৰ্ণ নামটো লিখা।

(vii) ভাৰতীয় সংবিধানখ কিমান চনৰ কিমান তাৰিখৰ পৰা কাৰ্যকৰী হৈছে।

(viii) বিটিএডিৰ অন্তৰ্ভূক্ত চাৰিখন জিলাৰ নাম লিখা।

(ix) সদনৰ উচ্চ সদন আৰু নিম্ন সদনৰ নাম কি?

(x) লোকসভাৰ গঠন সনম্পৰ্কে লিখা।

(xi) বিধানসভাৰ গঠন সনম্পৰ্কে লিখা।

(xii) বাবৰৰ আত্মজীৱনীখৰ নাম কি?

(xiii) মোগল ৰাজবংশ প্ৰতিষ্ঠাতা কোন?

(xiv) গ্ৰেন্ট টাং ৰ'ড আলিবাটটো ক'ৰ পাৰ কলৈ বিস্তৃত?

(xv) পানিপতৰ প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰা প্ৰথম কাৰণটো কি?
(xvi) ছেৰ চাহৰ প্ৰশাসনিক সংস্কাৰ বিষয়ে লিখা।

(xvii) মেৱাৰৰ ৰাজধানীখনৰ নাম কি?
(xviii) পানীপতৰ দ্বিতীয় যুদ্ধ কোন খ্ৰীষ্ৃটাব্দত সংঘতিত হৈছিল?

২ (i) আকবৰৰ ৰাজত্ব কালৰ শিল্প সাহিত্যৰ উন্নতি 
(ii) আকবৰ ৰাজপুত নীতি
(iii) বাবৰ      (iv)

       (৩) পাহাৰীয়া অঞ্চলতকৈ ভৈয়ামৰ অঞ্চলত জনবসতি ঘ কিয়?

(৪) পাৰ্বত্য অ়্চল উদ্যোগত পিছপৰি থকাৰ কাৰণ কি?

Class 7 Social Science Question Answer AJB :: Lesson 9 - সংবিধান আমাৰ অধিকাৰ , আমাৰ কৰ্তব্য

 

সংবিধান আমাৰ অধিকাৰ , আমাৰ কৰ্তব্য | Lesson 9 | Class 7 Social Science Question Answer AJB | Jatiya Bidyalay |


সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

 ১। বাক্যত উত্তৰ লিখা । 

( ক ) সংবিধান কাক বােলে ? 

উত্তৰঃ দেশ জনসাধাৰণ আৰু ৰাষ্ট্ৰপৰিচালনাৰ বাবে এ থকা বিধি-বিধানক একেলগে সংবিধান বুলি জনা যায়।

( খ ) ভাৰতৰ সংবিধানখন কেতিয়াৰপৰা কাৰ্যকৰী হয় ? 

উত্তৰঃ ভাৰত সংবিধানখন ১১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়।

( গ ) ভাৰতীয় সংবিধান অনুযায়ী ৰাষ্ট্রপ্রধানগৰাকী কোন ? 

উত্তৰঃ ভাৰতৰ সংবিধান অনুযায়ী হাৰ্ষ্ট্ৰপ্ৰধআন গৰাকী ৰাষ্ট্ৰপতি।

( ঘ ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ কি ? 

উত্তৰঃ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ হ'ল-১৮ বছৰ বা তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকক প্ৰাপ্তবয়স্ক ভোটাধিকাৰী বোলা হয়।

( ঙ ) অধিকাৰ কাক বােলে ? 

উত্তৰঃ মানুহৰ প্ৰতিভা বিিকাশৰ আৰু ব্যক্তিত্ব প্ৰকাশৰ বাবে সুযোগ-সুবিধাৰ প্ৰয়োজন।ৰাজনীতিবিজ্ঞানে এনেকুৱা সুযোগ-সুবিধাবোৰকে অধিকাৰ বোলে।

( চ ) গ্রাহক বা উপভােক্তা কাক বােলে ? 

উত্তৰঃ দেশৰ প্ৰতিগৰাকী নাগৰিকক গ্ৰাহক বা উপভোক্তা বোলে।

( ছ ) বিশ্ব গ্রাহক অধিকাৰ দিৱসৰূপে পালন কৰা তাৰিখটো কি ? 

উত্তৰঃ বিশ্ব গ্রাহক অধিকাৰ দিৱসৰূপে পালন কৰা তাৰিখটো হ'ল- ১৫ মাৰ্চ।

২। সংবিধানৰ ভাগকেইটা উল্লেখ কৰাঁ । 

উত্তৰঃ সংবিধানৰ ভাগকেইটা হ'ল- (i) লিখিত বা অলিখিত (ii) নামনীয় বা অনামনীয়।

৩। নির্দেশাত্মক নীতি কাক বােলে ? ইয়াৰ প্রধান উদ্দেশ্য কি ? 

উত্তৰঃ নিৰ্দেশাত্মক নীতিবোৰ কিছুমান মৌলিক নীতি, যিবোৰ ৰাষ্ট্ৰই আইন প্ৰণয়ন কৰোতে অনুসৰণ কৰিব লাগে তাকে নিৰ্দেশান্তম নীতি বোলে।ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল- জনসাধাৰণৰ মাজত সামজািক আৰু অৰ্থনৈতিক সমতা প্ৰতি কৰা।

৪। সংবিধানৰ প্ৰস্তাৱনাটোৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ প্ৰস্তাৱনাঃ "আমি ভাৰতৰ লোক সমূহে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্যৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সমূহ নাগৰিকৰ বাবে সামাজিক, স্বাধঈনতা, প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা লাভ কৰিবলৈ আৰু তেওংলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতিৰ সুনিশ্চিতকাৰী ভাতৃভাৱ বদদ্ধি কৰিবলৈ নিষ্ঠাসহকাৰে আমি সংকল্প কৰি আমাৰ সংবিধান সভাত আজি ১৯৮৯ চনৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখে এই সংবিধান গ্ৰহণ কৰিছোঁ, অবিনিয়মিত কৰিছোঁ, আৰু নিজকে অৰ্পণ কৰিছোঁ।"

৫। ভাৰতীয় সংবিধানে নাগৰিকৰ বাবে ৰখা অধিকাৰবােৰ কি কি ? 

উত্তৰঃ ভাৰতীয় সংবিধানে নাগৰিকৰ বাবে ৰখা অধিকাৰ বোৰ হ'ল-

(১) সমতাৰ অধিকাৰ (Right to equality)

(২) স্বাধীনতাৰ অধিকাৰ (Right to freedom)

(৩) শোষনৰ বিৰুদ্ধে অধিকাৰ (Right to against exploitation)

(৪) ধৰ্মীয় অধিকাৰ (Right to religion)

(৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (Cultural and education right)

(৬) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ (Right to Constitutional remedies)

৬। গ্রাহক হিচাবে নাগৰিকৰ থকা অধিকাৰবােৰ কি কি ?

উত্তৰঃ গ্ৰাহক হিচাপে নাগৰিকৰ থকা
অধিকাৰবোৰ হ'ল- 

১) কিনিবৰ সময়ত সামগ্ৰীবিধৰ গুণাগুণ, সঠিক মূল্য, সঠিক ওজন, বিশুদ্ধতা আদিৰ বিচাৰ কৰাৰ সম্পূৰ্ণ অধিাকাৰ নাগৰিকৰ আছে।

২) গ্ৰাহকে সুৰক্ষাৰ বাবে গ্ৰাহক  সংগঠন কৰাৰ অধিকাৰ আছে।

৩) প্ৰবঞ্চনাৰ প্ৰতিকাৰৰ বাবে ১৯৮৬ চনৰ গ্ৰাহক সুৰক্ষা আইনৰ (Consumer Protection Act) সহায় লৈ গ্ৰাহকে অধিকাৰ সাবস্ত্য কৰিব পাৰে।

৭। গান্ধীবাদী নীতিৰ অন্তৰ্গত যি কোনাে চাৰিটা নীতি উল্লেখ কৰা ।

উত্তৰঃ (I) নগাওঁ পঞ্চায়তৰ ব্যৱস্থা কৰি গাওঁবোৰক উন্নত কৰা।

(II) অনুসূচিত জাতি, জনজাতি আৰু সমাজৰ আন আন পিছপৰা শ্ৰেণীৰ শিক্ষাৰ ব্যৱস্থা কৰা আৰু তেওংলোকৰ স্বাধীনতা ৰক্ষা কৰা।

(III) কুটীৰ শিল্প সমূহৰ প্ৰসাৰণ ঘটোৱা।

(iv) জীৱ জন্ত্তৰ প্ৰতি দয়াশীল হোৱা আৰু বনজ সম্পদৰ সঠিক সংৰক্ষণ কৰা, আদিয়ে প্ৰধান।

৮ । নির্দেশাত্মক নীতিৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ নিৰ্দেশাত্মক নীতিৰ বৈশিষ্ট্যবোৰ হ'ল।

(I) নীতিবোৰ বাধ্যতামূলক নহয়।নীতিবেোৰ পালন কৰিবলৈ ৰাষ্ট্ৰক বাধ্য কৰিব নোৱাৰি।ৰাষ্ট্ৰই নীতিবোৰ বলব ৎ কৰিবও পাৰে কৰিবও নোৱাৰে।

(II) আদালতৰ দ্বাৰা এই নীতিবোৰ বলব কৰিব নোৱাৰি।নীতিবোৰ বলবৎ কৰা ক্ষমতা আদালতৰ নাই.

(III) সংসদে আইন প্ৰণয়ন কৰি নিৰ্দেশাত্মক নীতি বলবৎ কৰিব পাৰে।

(Iv) নিৰ্দেশাত্মক নীতিবোৰ সামাজিক আৰু অৰ্থনৈতিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত।ৰাজনীতিৰ সৈতে এই নীতিবোৰ জড়িত নহয়।

৯। নাগৰিকে পালন কৰিবলগীয়া যি কোনাে পাঁচোটা কর্তব্য উল্লেখ কৰা । 

উত্তৰঃ ১) ভাৰতৰ সাৰ্বভৌম, ঐক্য আৰু সংহতি লক্ষ্য কৰা।২) দেশখনক ৰক্ষা কৰা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োঁৱা।৩) ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু সংৰক্ষণ কৰা।৪)ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ  মনোভাৱ পৰিহাৰ কৰা।৫) সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰাঁ।

১০ । গ্রাহকসকলে মানি চলিবলগীয়া পাঁচোটা কর্তব্য উল্লেখ কৰা। 

উত্তৰঃ (I) প্ৰতিবিধ ক্ৰয় কৰা সামগ্ৰীৰ বিপৰীতে মূল্য লিখা থকা ৰচিদ গ্ৰাহকে বিচাৰিব লাগে।

(II) সামগ্ৰীৰ ওজনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত দগা-পাল্লা, মাপনী ব্যৱহৃত হৈছেনে নাই চাব লাগে।

(III) বিভিন্ন পৰিবহণ ব্যৱস্থাত (ৰে'ল, বাছ, বিমান) যাত্ৰা কৰোঁতে ভাড়াৰ বিপৰীতে টিকট সংগ্ৰহ কৰিব লাগে।

(iv) পেকেটৰ ওপৰত প্ৰস্ত্তত কৰ্তাৰ নাম, প্ৰস্ত্ততকৰণৰ তাৰিখ আৰু ব্যৱহাৰৰ শেষ সময়সীমা (ম্যাদ) আদি পৰীক্ষা কৰি ল'ব লাগে।

(v) বিভিন্ন ধৰণৰ বিলত (টেলিফ'ন, বৈদ্যুতিক বিল)নিৰ্দিষ্ট তাৰিখৰ পৰা সঠিক হিচাপ আছে নে নাই চাব লাগে।

১১। ভাৰতীয় সংবিধানৰ যি কোনাে য়টা বৈশিষ্ট্য আলােচনা কৰাঁ । 

উত্তৰঃ ভাৰতৰ সংবিধানৰ ছয়টা বৈশিষ্ট্য হ'ল- (I) প্ৰস্তাৱনা (II) লিখিত সংবিধান (III) দীৰ্ঘতম সংবিধান (iv) এক নাগৰিকত্ব ব্যৱস্থা (v) জটিল আৰু সহজ পদ্ধতিৰ সংমিশ্ৰণ (vi) সাৰ্বজনীন প্ৰাপ্তবসস্ক ভোটাধিকাৰ।    

১২ । চমু টোকা লিখাঃ

ক ) আন্তঃৰাষ্ট্রীয় নীতিঃ

                                         শিক্ষাৰ প্ৰচাৰ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি আদি বিভিন্ন কাৰণ আন্তঃৰাষ্ট্ৰীয় নিৰ্ভৰশীলতা দিনে দিনে বৃদ্ধি পাই আহিছে।ভাৰতীয় সংবিধানে এই সম্পৰ্কে ৰাষ্ট্ৰক কিছু নিৰ্দেশ দিছে।ৰাষ্ট্ৰৰ দায়িত্ব হ'লঃ

(I) আন্তজাতিক শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা।

(II) আন্তঃজাতিক আইন, সন্ধি আদিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাঁ ইত্যাদি। 

খ ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰঃ 

                                                                     ভাৰতত বিভিন্ন জাতি-জনজাতিৰ নিজা ভাষা, কৃষ্টি,সংস্কৃতি আছে।এই অধিকাৰ অনুযায়ী ভাৰতৰ সকলো মানুহে নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰি।নিজৰ ৰুচি অনুযায়ী শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ আৰু শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰ আছে।২০০২ চনত হোৱা সংশোধনী অনুযায়ী ৬-১৪ বছৰৰ সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমমিক শিক্ষা লাভ কৰিব পাৰি।

গ ) নাগৰিকৰ অধিকাৰ হিচাপে সামাজিক অধিকাৰঃ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ, ভাৰতত বাস কৰা সকলো মানুহে নিজৰ অভিৰুচি অনুযায়ী যিকোনো ধৰ্ম গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ কৰিব পাৰি।

সমাজিক আৰু শৈক্ষিক অধিকাৰঃ ভাৰতত বিভিন্ন জাতি-জনজাতি,কৃষ্টি সংস্কৃতি আছে।এই অধিকাৰ অনুযায়ী ভাৰতৰ সকলো মানুহে নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰে।কোনেও কাৰো ওপৰত বেলেগ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰে।কোনেও কাৰো ওপৰত বেলেগ ভাষা-সংস্কৃতি জাপি দিব নোৱাৰিব।

Class 7 Social Science Question Answer AJB:: Lesson 8 - ভাৰতীয় ধর্ম সংস্কাৰ আন্দোলন বা ভক্তিবাদ

 

ভাৰতীয় ধর্ম সংস্কাৰ আন্দোলন বা ভক্তিবাদ | Lesson 8 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

1. উত্তৰ লিখা :  

ক. কিমান খ্রিষ্টাব্দত ভক্তিবাদ প্রথম প্রকাশ হৈছিল ?

উত্তৰঃ খ্ৰিষ্টীয় নৱম শতিকাত ভক্তিবাদৰ প্ৰথম বিকাশ হৈছিল।

(খ) আলৱাৰসকল কোন ?

উত্তৰঃ আলৱাৰসকল দাক্ষিণাত্যৰ তামিল ৰাজ্যত বাস কৰা লোক।                                

(গ) দিৱ্যপ্ৰৱন্ধম ’ কি ? 

উত্তৰঃ দিব্যপ্ৰৱন্ধম হ'ল- মৌখিক গীত-পদ।

( ঘ ) চুফীবাদ কি ?

উত্তৰঃ চুফিবাদ হ'ল ইছলাম ধৰ্মৰ উদাৰনৈতিক দৰ্শন।

( ঙ ) চুফী শব্দটো কোনটো মূল শব্দৰপৰা আহিছে ? 

উত্তৰঃ চুফি শব্দটো চাফ শব্দৰ পৰা আহিছে।

চ.  অসমত ভক্তিবাদ কোনে প্রচাৰ কৰিছিল ? 

উত্তৰঃ অসমত ভক্তিবাদ শ্ৰী মন্ত শংকৰেদেৱে প্ৰচাৰ কৰিছিল।আলাৱাৰসকলে প্ৰচাৰ কৰিছিল।

( ছ ) কুসুম্বৰ ভূঞা কোন ?

উত্তৰঃ কুসুম্বৰ ভূঞা হ'ল শংকৰদেৱৰ পিতৃ।

২.ভক্তিবাদ কি ? 

উত্তৰঃ ভক্তি হ'ল এটা আন্তৰিক উপলদ্ধি।ই অহংকাৰৰ সম্পূৰ্ণ বিপৰীত ভয়তকৈ ভক্তি মহৎ.শ্ৰদ্ধাৰ পৰা শক্তি সৃষ্টি হয়।শ্ৰদ্ধাই মানুহক বিনয়ী আৰু সৎকৰে। পৰমাত্মৰ প্ৰতি ঐকান্তিক প্ৰেমম আঐৰু আন্তৰিকতাৰে ভক্তই প্ৰদৰ্শন কৰা শ্ৰদ্ধাক ভক্তি বুলিব পাৰি।ভক্তিৰ যি সচেতনা ভাৰতীয় সমাজত বিয়পি পৰিল তাক ভক্তিবাদ বুলিব পাৰি।

৩. ভক্তিবাদৰ মূল উদ্দেশ্য কি আছিল ? 

উত্তৰঃ ভক্তিবাদৰ মূল উদ্দেশ্য হ'ল- মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাৰ অৱসান ঘটাই মানুহৰ স্থিতিক শ্ৰেষ্ঠত্বৰ আসন দিয়া।

৪। দুজন চুফী সন্তৰ নাম লিখা ।

উত্তৰঃ দপজন চুফী সন্তৰ নাম হ'ল-

(i) জালালুদ্দিন ৰুমী।

(ii) গিয়াচুদ্দিন আউলিয়া। 

৫. শ্ৰীমন্ত শংকৰদেৱৰদ্বাৰা ৰচিত দুখন কিতাপৰ নাম লিখা ।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ ৰিচত দুখন কিতাপৰ নাম হ'ল-

(i) কীৰ্তন আৰু

(ii) গুণমালা।

(৬) ভক্তিবাদ কিয় জনপ্রিয় হৈছিল লিখা । 

উত্তৰঃ ভক্তিবাদ সমাজত জনপ্ৰিয় হৈছিল।ভক্তিবাদৰ ধৰ্মীয় দিশটোতকাৈ সামাজিক দিশটোৱে গুৰুত্বপূৰ্ণ আছিল।ভক্তিধৰ্মই সমাজত থকা বিভেদবোৰ আঁতৰাৱলৈ চেষ্টা কৰিছিল।উচ্চ-নীচ, ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিতৰ প্ৰভেদ আঁতৰালৈ সকলো সন্মান মৰ্যদা প্ৰদান কৰিছিল।সকলোকে আত্ম মৰ্যদাৰে জায়ীই থাকিবলৈ নতুন উদ্দিপনা জগাইছিল।এই সময়ছওৱাত মহান জাতীয় চেতনাই গজালি মেলিছিল।

                 ভক্তি মতবাদ আঞ্চলিক ভাষাত প্ৰচাৰ কৰাৰ ফলত আঞ্চলিক ভাষাবোৰেও গা কৰি উঠিছিল।ভক্তি ধৰ্মই সাংস্কৃতিক জগত খনতো পৰিৱৰ্তন আনিছিল।বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সমাজত ভক্তিধৰ্ম প্ৰচাৰ কৰি জনপ্ৰিয়তা লাভ কৰিছিল।সাংস্কৃতিক কাৰ্যসূচীবোৰ সমাজত সকলো লোগকে বুজি পোৱাকৈ গঢ় দিছিল।ভক্তি ধৰ্মই এনেদৰে জনপ্ৰিয়তা লাভ কৰাৰ লগতে সমাজৰ গাঁথনিৰ কপকপীয়া হোৱাত সহায় কৰিছিল।

(৭) ভক্তিবাদৰ মূল কথাবােৰ আলােচনা কৰাঁ । 

উত্তৰঃ ভক্তিবাদে দাক্ষিণাত্যৰ তামিল ৰাজ্যত প্ৰথম বিকাশ লাভ কৰিছিল।দাক্ষিণাত্যৰ আলৱাৰসকলে পোনপ্ৰথমে ভক্তিবাদ প্ৰচাৰ কৰিছিল।সংস্কৃতি ভজ শব্দৰ পৰা শব্ৰ উৎপত্তি হৈছে।ভজ শব্দ অৰ্থ হ'ল উপাসনা বা প্ৰাৰ্থনা কৰা।ভক্তিবাদৰ মূল কথা আছিল - ভক্তি আৰু প্ৰেমৰ মাধ্যমেৰে ভগৱানক উপাসনা, সকলো ধৰ্মকে সন্মান মৰ্যদা আৰু পুৰোহিতৰ আধিপত্য দিয়া আৰু বৈদিক আড়ম্বপূৰ্ণ আচাৰ - অনুষ্ঠান আৰু ক্ৰিয়াকাণ্ডৰ বিৰোধিতা কৰা।ভক্তি ধৰ্মৰ মূল আদৰ্শ আছিল যে জন্মৰ অধিকাৰেৰে নহয়, নিজ কৰ্মৰ দ্বাৰাহে মানুহৰ জীৱন সহ্য হয়।হিন্দু-ধৰ্মৰ লোক অলাগতিয়াল ৰাতি-নীতিবোৰ আঁতৰাই হিন্দু ধৰ্মক পুনৰাই জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাতোও ভক্তি আন্দোলনৰ আন এটা উদ্দেশ্য আছিল।এইবোৰেই ভক্তিবাদৰ মূল কথাবোৰ আছিল।

৮. অসমীয়া সমাজলৈ শংকৰদেৱৰ অৱদান আলােচনা কৰা । 

উত্তৰঃ অসমত ভক্তি-আন্দোলন মধ্যযুগৰ পপঞ্চাদশ শতিকাত শীমন্ত শংকৰেদেৱে আৰম্ভ কৰিছিল।শংকৰদেৱে বিধি প্ৰথা মনা নাছিল।শ্ৰীমন্ত শংকৰদেৱে সংস্কাৰৰ দুৱাৰ সকলোৰে বাবে খুলি দিলে।অসমীয়া সমাজখনে ভেদাভেদ পাহৰি এখন নতুন সমাজৰ ফালে ধাৱমান হ'ল।শীমন্ত শংকৰদেৱে ভক্তিবাদ প্ৰচাৰৰ সুবিধাৰ বাবে কীৰ্তম,দশম,ভক্তি-ৰত্নাৱলী,গুণমালা ইত্যাদি পদ্য-পুথি ৰচনা কৰিছিল।জনসাধাৰণে বুজি পোৱাকৈ অংকীয়া নাট ৰচনা কৰি ভাওনা অনুষ্টিত কৰিছিল।অঁকীয়া নাট ভাওনাৰ মাধ্যমেৰে তেওঁ অসমীয়া কলা-সংস্কৃতিৰ জগতখন জিলিকািছিল।নামঘৰত নিতৌ নৃত্য-গীত চৰ্চা কৰি আৰু তাৰ বাবে গীত-পদ ৰচনা কৰি অসমীয়া জনজীৱনত নামঘৰ চিৰযুগমীয়া কৰি থৈ গৈছে।এই সকলোবোৰ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সমাজলৈ অৱদান।

Class 7 Social Science Question Answer AJB:: Lesson 7 - ভাৰতত ইংৰাজ সাম্রাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ ( ১৭৭২-১৮৩৫ খ্রি.লৈ )

 

ভাৰতত ইংৰাজ সাম্রাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ ( ১৭৭২-১৮৩৫ খ্রি.লৈ ) | Lesson 7 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

 1.  একোটিকৈ বাক্যত উত্তৰ লিখ : 

( ক ) ৱাৰেণ হেষ্টিংছ কোন চনৰপৰা বংগদেশৰ গৱৰ্ণৰ হিচাপে নিযুক্ত হৈছিল  ?          

( খ ) কর্ণৱালিছৰ সময়ত অসমত হােৱা বিদ্রোহটোৰ নাম কি আছিল ? 

( গ ) কর্ণৱালিছে প্ৰৱৰ্তন কৰা ৰাজহসম্পর্কীয় ব্যৱস্থাটোৰ নাম কি আছিল ? 

( ঘ ) ভাৰতত ‘ বশ্যতামূলক মিত্ৰতা নীতি ’ কোনে প্রৱৰ্তন কৰিছিল ? 

( ঙ ) এছিয়াটিক বেঙ্গল চছাইটি ’ কাৰ দিনত স্থাপন হৈছিল ?

২. খালী ঠাই পূৰ কৰা : 

( ক ) বেন্টিংকৰ উদ্যোগতে ১৮৩৫ খ্রি.ত ____মেডিকেল কলেজ স্থাপন হয় । 

( খ ) ১৭৭৩ খ্রি.ত_____এক্ট প্রণয়ন হৈছিল । ওই 

( গ ) _____ৰ পিছত গৱৰ্ণৰ জেনেৰেল হৈ আহে লর্ড বেন্টিংক । 

( ঘ ) লর্ড কর্ণৱালিছৰ দিনতেই_____অসমলৈ আহে ।

(ঙ )______খ্রি.ত বংগত দুর্ভিক্ষ হৈ বহু মানুহৰ মৃত্যু হৈছিল ।


৩। উত্তৰ লিখা : 

( ক ) ক্লাইৱৰ পিছৰ আৰু ৱাৰেণ হেষ্টিংছৰ আগৰ গৱৰ্ণৰ দুজনৰ নাম কি কি আছিল ? 

( খ ) বেন্টিংকৰ শাসন কালক কি বাবে দুভাগত ভগাব পাৰি লিখা । 

( গ )বশ্যতামূলক মিত্রতা নীতি ’ কি ? 

( ঘ )“ চিৰস্থায়ী বন্দবস্ত ’ কোনজন গৱৰ্ণৰে প্ৰৱৰ্তন কৰিছিল ? আইনখন কিহৰ লগত জড়িত ? 

( ঙ ) যন্ত্রশিল্পই সমাজলৈ অনা দুটা পৰিৱৰ্তন লিখা । 

চমু টোকা লিখা : 

( ক ) ৰেগুলেটিং এক্ট 

( খ ) পিটৰ ভাৰত আইন 

( গ ) লর্ড কর্ণৱালিছ 

( ঘ ) বশ্যতামূলক মিত্রতা নীতি 

৫। বেন্টিংকৰ সামাজিক সংস্কাৰৰ বিষয়ে আলােচনা কৰাঁ ।

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.