একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

Class 7 Social Science Question Answer AJB:: Lesson 7 - ভাৰতত ইংৰাজ সাম্রাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ ( ১৭৭২-১৮৩৫ খ্রি.লৈ )

Thursday, 11 November 2021

 

ভাৰতত ইংৰাজ সাম্রাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ ( ১৭৭২-১৮৩৫ খ্রি.লৈ ) | Lesson 7 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

 1.  একোটিকৈ বাক্যত উত্তৰ লিখ : 

( ক ) ৱাৰেণ হেষ্টিংছ কোন চনৰপৰা বংগদেশৰ গৱৰ্ণৰ হিচাপে নিযুক্ত হৈছিল  ?          

( খ ) কর্ণৱালিছৰ সময়ত অসমত হােৱা বিদ্রোহটোৰ নাম কি আছিল ? 

( গ ) কর্ণৱালিছে প্ৰৱৰ্তন কৰা ৰাজহসম্পর্কীয় ব্যৱস্থাটোৰ নাম কি আছিল ? 

( ঘ ) ভাৰতত ‘ বশ্যতামূলক মিত্ৰতা নীতি ’ কোনে প্রৱৰ্তন কৰিছিল ? 

( ঙ ) এছিয়াটিক বেঙ্গল চছাইটি ’ কাৰ দিনত স্থাপন হৈছিল ?

২. খালী ঠাই পূৰ কৰা : 

( ক ) বেন্টিংকৰ উদ্যোগতে ১৮৩৫ খ্রি.ত ____মেডিকেল কলেজ স্থাপন হয় । 

( খ ) ১৭৭৩ খ্রি.ত_____এক্ট প্রণয়ন হৈছিল । ওই 

( গ ) _____ৰ পিছত গৱৰ্ণৰ জেনেৰেল হৈ আহে লর্ড বেন্টিংক । 

( ঘ ) লর্ড কর্ণৱালিছৰ দিনতেই_____অসমলৈ আহে ।

(ঙ )______খ্রি.ত বংগত দুর্ভিক্ষ হৈ বহু মানুহৰ মৃত্যু হৈছিল ।


৩। উত্তৰ লিখা : 

( ক ) ক্লাইৱৰ পিছৰ আৰু ৱাৰেণ হেষ্টিংছৰ আগৰ গৱৰ্ণৰ দুজনৰ নাম কি কি আছিল ? 

( খ ) বেন্টিংকৰ শাসন কালক কি বাবে দুভাগত ভগাব পাৰি লিখা । 

( গ )বশ্যতামূলক মিত্রতা নীতি ’ কি ? 

( ঘ )“ চিৰস্থায়ী বন্দবস্ত ’ কোনজন গৱৰ্ণৰে প্ৰৱৰ্তন কৰিছিল ? আইনখন কিহৰ লগত জড়িত ? 

( ঙ ) যন্ত্রশিল্পই সমাজলৈ অনা দুটা পৰিৱৰ্তন লিখা । 

চমু টোকা লিখা : 

( ক ) ৰেগুলেটিং এক্ট 

( খ ) পিটৰ ভাৰত আইন 

( গ ) লর্ড কর্ণৱালিছ 

( ঘ ) বশ্যতামূলক মিত্রতা নীতি 

৫। বেন্টিংকৰ সামাজিক সংস্কাৰৰ বিষয়ে আলােচনা কৰাঁ ।

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.