একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

Class 7 Social Science Question Answer AJB:: Lesson 6 - ভাৰতত ইংৰাজৰ শাসন ( বংগদেশত )

Thursday, 11 November 2021

 

ভাৰতত ইংৰাজৰ শাসন ( বংগদেশত ) | Lesson 6 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

 ১। একোটিকৈ বাক্যত উত্তৰ লিখা : 

ক. পলাচী যুদ্ধ কোন চনত হৈছিল ? 

উত্তৰঃ পলাচী যুদ্ধ ১৭৫৭ চনত হৈছিল।

খ. পলাচী যুদ্ধত বংগৰ কোনজন নবাব পৰাস্ত হৈছিল?

উত্তৰঃ পলাচি যদ্ধত বংগৰ 

( গ ) বক্সাৰ যুদ্ধত সন্মিলিত বাহিনীত কোন কোন ৰজা আছিল ? 

উত্তৰঃ বক্সাৰ যুদ্ধত সন্মিলিত বাহিনীত

ঘ. বংগদেশত দ্বৈত শাসন কোনে প্ৰৱৰ্তন কৰিছিল ? 

উত্তৰঃ বংগদেশত দ্বৈত শাসন ক্লাইৱে প্ৰৱৰ্তন কৰিছিল।

ঙ. কোনখন যুদ্ধৰ পিছত বংগদেশত ইংৰাজৰ আধিপত্য স্থায়ী হৈছিল ? 

উত্তৰঃ ব্ৰক্সাৰ যুদ্ধৰ পিছত বংগদেশত ইংৰাজৰ অধিপত্য স্থায়ী হৈছিল।

২. চমু উত্তৰ লিখা : 

( ক ) ক্লাইৱৰ দ্বৈত শাসন মানে কি বুজা ? 

উত্তৰঃ দুতৰপীয়া শাসন ব্যৱস্থাই হ'ল দ্বৈত শাসন।এই শাসন ব্যৱস্থা প্ৱৰ্তন কৰিছিল ক্লাইৱে।

খ. ভাৰতীয় ইতিহাসলৈ বক্সাৰ যুদ্ধৰ যি কোনাে দুটা গুৰুত্ব উল্লেখ কৰাঁ । 

উত্তৰঃ ভাৰতীয় ইতিহাসলৈ ব্ৰক্ৰাৰ যুদ্ধৰ যিকোনো দুটা গুৰুত্ব হ'ল-

(i) ব্ৰক্সাৰ যুদ্ধত সন্মিলিত শক্তি পৰাজয় ঘটিছিল।

(ii) ব্ৰক্সাৰ যুদ্ধত সামৰিক বাহিনীৰ দৰে সামৰিক বাহিনীত ষড়যন্ত্ৰ বা বিশ্বাসঘাটকতা হোৱা নাছিল। 

গ ) পলাচী যুদ্ধত যুদ্ধ কৰা সেনাপতি দুজনৰ নাম কি আছিল ?

উত্তৰঃ পলাচী যুদ্ধত যুদ্ধ কাৰ সেনাপতি দুজনৰ নাম হ'ল- (i) সেনাপতি মিৰজাফৰ আৰু

       (ii) ঘাচিতি বেগম। 

৩. চমু টোকা লিখা : 

(ক) মীৰজাফৰঃ 

                            মিৰদাফৰে ১৭৫৭ খ্ৰি.ৰ পৰা ১৭৬০ খ্ৰি.ৰ লৈ ইংৰাজৰ হাতৰ পুতলা নবাব হিচাপে কাৰ্যনিৰ্বাহ কৰে।ইংৰাজক কৰ দিব নোৱাৰি তেওঁ ইংৰাজৰো অপ্ৰিয়ভাজন হয়।১৭৬০ খ্ৰি.ত ক্লাইৱ নিজদেশলৈ ঘূৰি যোৱাৰল লগে লগে মীৰজাফৰক পদচ্যুত কৰি জোঁৱায়েক মীৰতকাচিমক বংগৰ নবাব পাতে।

( খ )মীৰকাচিমঃ 

                             মীৰকাচিম আছিল স্বাধীনচিতীয়া মনোবৃত্তিৰ ব্যক্তি।মাৰকাচিমে  লাহে লাহে ইংৰাজৰ কবলৰ পৰা মুক্ত হ'বলা চেষ্টা কৰিছিল।তেওঁ ৰাজধানী মুৰ্চিদাবাদৰপৰা মংগেৰলৈ তুলি নিয়ে আৰু ৰাজধানী চহৰ মংগেৰ সুৰক্ষিত কৰে।

( গ ) চিৰাজউদ্দৌলাঃ

                                      চিৰীজদৌল্লা ১৭৫৬ খ্ৰি.ত নংগৰ নবাব হয়।তেওমৰ পুত্ৰীৰ নাম আছিল ঘাচিতি বেগম।আৰু পুত্ৰৰ নাম আছিল চৌক্যজঙে।চিৰীজউদ্দোল্লা পাটনাৰ বাসিন্দা আছিল।    

৪. উত্তৰ লিখা : 

ক. পলাচী যুদ্ধৰ কাৰণ আৰু ফলাফল বর্ণনা কৰাঁ । 

উত্তৰঃ পলাচী যুদ্ধৰ কাৰণ হ'ল- চিৰাজজউদ্দৌল্লা নবাব হোৱাত বংগৰ সকলো বিষয়া কৰ্মচাৰী সন্ত্তষ্ট হোৱা নাছিল।এই বিষয়াবিলাক একেলগে হৈ নবাবৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ ধৰিবলৈ।লগতে হাট উজান দিলে ইংৰাজ গৱৰ্ণৰ ৰবাৰ্ট ক্লাইৱে।

খ ) বংগদেশত ইংৰাজৰ আধিপত্য স্থাপনত ৰ'বার্ট ক্লাইৱৰ অৱদানৰ বিষয়ে চমুকৈ লিখা ।

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.