একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

Class 7 Question Answer AJB:: Lesson 5 - ভাৰতলৈ ইউৰােপীয়ৰ আগমন

Thursday, 11 November 2021

 

ভাৰতলৈ ইউৰােপীয়ৰ আগমন | Lesson 5 | Class 7 Question Answer AJB | Assam Jatiya Bidyalay |


১) উত্তৰ দিয়া।


(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোন চনত গঠন হৈছিল?

উত্তৰঃ ১৬০০ চনৰ  ৩১ ডিচেম্বৰ তাৰিখে।

(খ) ভাস্কৰ-ডা-গামা কোন আছিল?

উত্তৰঃ পতুৰ্গীজ নামৱিক।

(ঘ) জ্যাঁ কলবাট কোন আছিল?

উত্তৰঃ ফৰাচী সম্ৰাট চতুৰ্দশ লুইতৰ বিত্ত মন্ত্ৰী আছিল।

(ঙ) ওলেন্দজসকলে ভাৰতৰ কোন ঠাইত প্ৰথমে বাণিজ্যকুঠি পাতিছিল?
উত্তৰঃ নাগপট্টনম আৰু চুঁচুৰা নামৰ ঠাইত।

২) চমু উত্তৰ দিয়া।

(ক) বাৰ্থলমিউ কোন আছিল? তেওঁ কি আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ বাৰ্থলমিউ পতুৰ্গীজ নাৱিক আছিল।তেওঁ আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তমাশা অন্তৰীণৰ কাষেৰে নতুন জলপথ এটাৰ সন্ধান দিলে।

(খ) কোনে, কেতিয়া প্ৰথমটো ডাচ্চ ফেক্টৰি ভাৰতত প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ এডমমিৰেল ভন ডেৰ হেগেন, ১৬০৫ চনত মছলিপট্টমত প্ৰথমটো ডাচ্চ ফেক্টৰি ভাৰতত প্ৰতিষ্ঠা কৰিছিল।

(গ) ফৰাচীসকলে ভাৰতৰ ক'ত আৰু কাৰ নেতৃত্বত মূল ঘাটি প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ ফৰাচীসকলে ভাৰতৰ চুৰাতত আৰু ১৬৬৭ খ্ৰি.ত ফ্ৰাঁচ'ৱা কেৰণৰ নেতৃত্বত মূল ঘাটি প্ৰতিষ্ঠা কৰিছিল।

(ঘ) দোস্ত আলী কোন আছিল?

উত্তৰঃ দোস্ত আলী ১৭৪৯ খ্ৰি.ত কৰ্নাটকৰ আগৰ নবাব আছিল।

(ঙ) কৰ্ণাটকৰ সিংহাসনত অধিকাৰকলৈ কাৰ কাৰ মাজত টনা-আজোৰা লাগিছিল?
উত্তৰঃ কৰ্ণাটকৰ সিংহাসনৰ অধিকাৰক লৈ মৃত নিজামৰ জী-নাতি মুজাফৰ জং আৰু নিজামৰ পুত্ৰ নাছিৰ জঙৰ মাজত খকা-খুন্দা লাগিল।

৩.

( ক ) ভাৰতত পর্তুগীজসকল কিয় ব্যর্থ হৈছিল ?

( খ ) ওলণ্ডাজসকলে ভাৰতত কেনেকৈ বাণিজ্যৰ প্ৰসাৰ ঘটাইছিল লিখা ।

গ. বৃটিছ ইষ্ট ইণ্ডিয়া কম্পেনিয়ে কেনেদৰে মােগল সম্রাটৰপৰা সুবিধা আদায় কৰিছিল লিখা ।

৪. ইউৰােপীয় বণিকসকল ভাৰতলৈ কিয় বেপাৰ কৰিবলৈ আহিছিল লিখা ।

৫. নবজাগৰণে ইউৰােপীয়সকলক কেনেদৰে সহায় কৰিছিল আলােচনা কৰাঁ ।

৬. দ্বিতীয় কর্ণাটক যুদ্ধৰ ঘটনাৱলীৰ বিৱৰণ দিয়া ।

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.