একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

Class 7 Social Science Question Answer AJB:: Lesson 4-মােগলৰ অধীনত ভাৰত আকবৰৰপৰা ঔৰংগজেৱলৈ

Thursday, 11 November 2021

 

মােগলৰ অধীনত ভাৰত আকবৰৰপৰা ঔৰংগজেৱলৈ | Lesson 4 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

 অণুশীলনী ১


১। একোটিকৈ বাক্যত উত্তৰ লিখা : 

( ক ) কোন খ্রি.ত আকবৰে দিল্লীৰ সিংহাসন আৰােহণ কৰে ? 

উত্তৰঃ ১৫৫৬ খ্ৰি.ত আকবৰে দিল্লীৰ সিংসাহন আক্ৰমণ কৰিছিল।

( খ ) আকবৰৰ অভিভাৱকগৰাকীৰ নাম কি ? 

উত্তৰঃ আকবৰৰ অভিভাৱকগৰাকীৰ নাম=হুমায়নৰ বিশ্বাসী বন্ধু বৈৰাম খাই। 

( গ ) পানিপতৰ দ্বিতীয় যুদ্ধ কোন খ্রি.ত সংঘটিত হৈছিল ? 

উত্তৰঃ পানিপতৰ দ্বিতীয় যুদ্ধ ১৫৫৬ খ্ৰি.ত সংঘটিতত হৈছিল।

( ঘ ) হিমু কোন ? 

উত্তৰঃ হিমু-আফগান নেতাৰ মন্ত্ৰী আছিল।

( ঙ ) আকবৰে কোন ৰাজপুত ৰজাৰ জীয়েকক বিয়া কৰাইছিল ? 

উত্তৰঃ আকবৰে অম্বৰৰ (জয়পুৰ)ৰজা বিহাৰীমল্লৰ জীয়েকক বিয়া কৰাইছিল।

চ. কোনখন ৰাজপুত ৰাজ্যই আকবৰৰ বশ্যতা স্বীকাৰ কৰা নাছিল?

উত্তৰঃ মেৱাৰৰ ৰাজপুত ৰাজ্যই আকবৰ বশ্যতা স্বীকাৰ কৰা নাছিল। 

ছ. মেৱাৰৰ ৰাজধানীখনৰ নাম কি ? 

উত্তৰঃ মেৱাৰৰ ৰাজধানী চহৰখনৰ নাম চিতোৰ।

( জ ) হলদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ? 

( ঝ ) দীন - ই - ইলাহী ’ কি ? 

উত্তৰঃ দীন-ই-ইলাহী এটা ধৰ্ম।

( ঞ ) বীৰবল কোন ? 

উত্তৰঃ বীৰবল হ'ল-

2. চমু টোকা লিখা : 

( ক ) আকবৰৰ ধর্মীয় নীতি । 

খ. আকবৰৰ ৰাজপুত নীতি । 

৩. আকবৰৰ শাসন প্রণালীৰ ওপৰত এটি টোকা যুগুত কৰাঁ ।

অণুশীলনী ২

১। একোটিকৈ বাক্যত উত্তৰ লিখা : 

( ক ) শিৱাজী কোন ? 

( খ ) মিৰজুমলা কোন ? 

( গ ) ৰাম সিংহ  কোন ? 

( ঘ ) লাচিত বৰফুকন কোন ? 

2. চমু টোকা লিখা : 

শৰাইঘাটৰ যুদ্ধ , শিৱাজী , জাহাংগীৰ , ছাহজাহান 

৩। ঔৰংগজেৱ মােগল সাম্রাজ্য পতনৰ বাবে দায়ীনে ? ছয় শাৰী উত্তৰ লিখা । 

8 ।আর্থিক সংকট মােগল সাম্রাজ্য পতনৰ এটি অন্যতম কাৰণ । যুক্তিৰে বিচাৰ কৰাঁ ।

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.