ভদৰী
১) প্ৰথমে কোৱা্ঁ তাৰ পাছত লিখা :
ক) ঐ অ! ভাত লৈ আহ!-শুনিছনে – কথাষাৰ কোনে কাক কৈছিল
খ) বেথাই বহুৱাৰে সৈতে শিশুৰামৰ কিয় খকা –খুন্দা লাগিছিল
গ) ভদৰীয়ে বিবাহিত জীৱনৰ অপৰীহায অংগবোৰ কি কি বুলি ভবিছিল
ঘ) ভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা কোনে ৰক্ষা কৰিবলৈ আহিছিল
ঙ) শিশুৰামক হাজোতৰ পৰা ডাক্টৰে কিয় ভদৰীৰ ওচৰলৈ লৈ আনিছিল
চ) ভদৰীয়ে ডাক্টৰৰ ওচৰত কোনেকৈ গা কাটিছিল বুলি বুজাইছিল
ছ) শিশুৰামে কিমানদিন ফাটেক খাটিচিছিল
২) বুজা আৰু লিখা :
গৰুটো
মাছটো
শিক্ষকগৰাকী
পবতটো
৩) বাক্য ৰছনা কৰা
কেকলি-গথনি, পেতে ক্ঁকালে লগা, লগোনে ভোকে, উঠা-বহা, খোৱা-লোৱা
৪) উদাহৰণ চাই বাকীখিনি কৰা্ঁ
সচা্ঁ =মিছা
অসীম= --------
যুগুত= --------
সহ্য= -----------
জ্ঞানী= --------
৫) বুজা আৰু লিখা্ঁ
বাইক-বাক্য
লগন-......
কৰম- ......
ধৰম-......
বিৰিখ-.....
ভকতি-.....
জনম-.......
[ ৬ ] পাঠটোত শিশুৰামে পথাৰত হাল বাই খেতি কৰাৰ কথা উল্লেখ আছে । খেতি কৰিবলৈ খেতিয়কক কি কি লাগে তাৰ এখন তালিকা যুগুত কৰাঁ ।
[ ৭ ] পাঠটিৰ ৰচকগৰাকীক কি কি কাৰণত ৰসৰাজ আৰু সাহিত্যৰথী ’ বুলি অভিহিত কৰা হয় সেই বিষয়ে একোটিকৈ টোকা যুগুত কৰাঁ ।
[ ৮ ] ভাব বহলাই লিখ :
আঁঠুৱা চাই ঠেং মেলা ।
0 comments:
Post a Comment