কুম্পুৰ সপোনঃভূত-পোৱালি
১) উত্তৰ লিখাঃ
ক) কুম্পুৱে সপোনত কি দেখিছিল?
খ) ভূতৰ পোৱালীকেইটা দেখিবলৈ কেনেকুৱা?
গ) ভূতৰ পোৱালীকেইটাই কি কি কৰিছিল?
ঘ) কুম্পুৰ মাকে ভূতৰ বিষয়ে কি বুলি কয়?
ঙ) কুম্পুৰ কিয় ভূতলৈ ভয় নাই?
২) কুম্পুৰ সপোনঃ ভূতৰ পোৱালি পদ্যটিৰ কথাখিনি নিজৰ ভাষাৰে লিখাঁ।
৩) ৰুপকো্ঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যৰ বিষয়ে এখন ৰচনা লিখা্ঁ।
৪)চমু টোকা লিখা্ঁঃ
ক)জয়মতী খ)শিল্পী দিৱস
গ)জ্যোতি চিএবন ।
৫) বিপৰীত লিংগ নিণয় কৰা্ঁ
যখ-যখিনী
ভূত-........
সিংহ-.......
শিয়াল-......
বোন্দা-.......
শৰ-.........
৬)কাক কি বোলে?
গৰুৰ পোৱালি-........
মাছৰ পোৱালি-........
ভেকুলীৰ পোৱালী-.......
কাৱৈ মাছৰ পোৱালী-.......
গৰৈ মাছৰ পোৱালী-........
0 comments:
Post a Comment