একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

CLASS-7:ASSAMESE- উইলিয়াম শ্যেইকছপীয়েৰ

Thursday, 11 November 2021

 উইলিয়াম শ্যেইকছপীয়েৰ

              শ্যেইপীয়েৰে ৰচনা কৰা কৈইখনমান নাটক

 কমেডী

 ট্ৰেজেডী

দ্য মাচেন্ট অব ভেনিচ

এজ ইউ লাইক ইট

এ মিড চামাৰ নাইট ড্ৰিম

মিজাৰ ফৰ মিজাৰ

দ্য টেমপেষ্ট

ৰোমিঅ’ জুলিয়েট

হেমলেট

অথেল

কিং লিয়েৰ

এন্টনি আৰু ক্লিঅপেট্ৰা

 


১)প্ৰথমে কোৱা তাৰ পাছত লিখা্ঁ  :

ক) ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবি জনৰ নাম কি ?

খ) তেও্ঁ “ছনেট” শ্ৰেনীৰ কিমানটা কবিতা ৰছনা কৰিছিল?

গ) নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰো্ঁতে শ্যেইপীয়েৰে কি অসুবিধাৰ পাইছিল আৰু কিয়?

ঘ) তেও্ঁ কিমানখন নাটক লিখিছিল আৰু সেইবোৰ কেনেধৰণৰ নাটক আছিল   তেও্ঁ লিখা কেইখনমান নাটকৰ নাম লিখা্ঁ |

ঙ) শ্যেইপীয়েৰৰ পাৰিবাৰিক জীৱনৰ বিষয়ে এটি টোকা যুগুত কৰাঁ |

২) কোনে, কাক, কেতিয়া কৈছিল লিখা্ঁ  : 

“আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী |” 

৩) চমু টোকা লিখা্ঁ  |

ক) নাটক  খ)কমেডী  গ) ট্ৰেজেডী  ঘ) গ্ল’ব থিয়েটাৰ

৪) বাক্য ৰচনা কৰা্ঁ:

তোলপাৰ, সফলকাম, মূৰ দো্ঁওৱা 

৫) খালী ঠাই পূৰ কৰা্ঁ : 

ক) কবিতা ৰচনা কৰা লোক=___

খ) নাটক ৰচনা কৰা লোক =____

গ) অভিনয় কৰা লোক =_____

ঘ) ব্যৱসায় কৰা লোক=_____

ঙ) খেতি কৰি জীৱিকা নিবাহ কৰা লোক=_____

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.