একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

CLASS-7:ASSAMESE- অসমৰ বাৰেৰহনীয়া গীত-মাত

Thursday, 11 November 2021

 অসমৰ বাৰেৰহনীয়া গীত-মাত


১) একোটিকৈ বাক্যত উত্তৰ দিয়া

ক) মনত ৰং বা আনন্দ লাগিলে মানুহ বা আন প্ৰানীয়ে কি কৰে?

উত্তৰঃ মনত ৰং োবা আনন্দ লাগিলে মানুহ বীা আন প্ৰাণীয়ে সেই আনন্দক নানা ধৰনৰ দৈহিক অংগ-ভংগী বা মুখেৰে মাতি প্ৰকাশ কৰে। 

খ) নদীৰ পাৰত গঢ়ি উঠা  এটা মানৱ সভ্যতাৰ নাম লিখা্ঁ?

উত্তৰঃ    নদীৰ পাৰত গঢ়ি উঠা এটা মানৱ সভ্যতাৰ নাম হ'ল-নীল নদীৰ সভ্যতা। 

গ) লোকগীত-মাতবোৰে জাতি এটাৰ কি কি দিশৰ পৰিচয় বহন কৰে?

উত্তৰঃলোকগীত মাতবোৰে জাতি এটাৰ হাহিঁ-কান্দোন, সুখ-দুখ, প্ৰাৰ্থনা-উপাসনা, সামাজিক আচাৰ, পৰম্পৰা,নীতি-উপদেশ আদি সকলোবোৰ দিশৰ পৰিচয় বহন কৰে।   

ঘ) কেইবিধমান অসমীয়া লোকগীত-মাতৰ নাম উল্লেখ কৰাঁ?

উত্তৰঃকেইবিধমান অসমীয়া লোকগীত-মাতৰ নাম হ'ল -ধৰ্মীয় অনুষ্ঠানমূলক গীত, সামাজিক অনুষ্ঠানমূলক গীত , কাহিনী গীত, নিচুকনি গীত বা ল'ৰা-ধেমালিৰ গীত আদি। 

ঙ) দোতাৰা আৰু টোকাৰী কেনেদৰে গীতত সংগত কৰা হয়?

উত্তৰঃ

চ) কাহিনী গীতবোৰ আন কি নামেৰে জনা যায়

ছ) বুৰঞ্জীমূলক মালিতা কাক বোলে

২) চমুকৈ উত্তৰ দিয়া 

ক) কিংবদতন্তিমূলক মালিতা কাক বোলে  দুটা কিংবদন্তিমূলক মালিতা নাম লিখা

খ) লোকগীত বুলিলে কি বুজা লোকগীতৰ কেইটামান ভাগ লিখা 

গ) মহখেদা গীত কত গোৱা হয়

ঘ)  কি বিষয়বস্ত অৱলম্বন কৰি গোৱালপৰীয়া লোকগীত ৰচিত হৈছে

৩) চমু টোকা লিখা 

ক) মালিতা          খ) বিয়ানাম (গীত)

গ) নিচুকনি গীত      গ) নদী সভ্যতা

৪) বাক্য ৰচনা কৰা

সুৱদী, সুৰ, উকা-উকা, মন চুই যোৱা, শোচনীয় অৱস্থা

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.