একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

CLASS-7: ASSAMESSE-L-2: “জোনাকী’ৰ জন্ম-কাহিনী

Wednesday, 10 November 2021

  “জোনাকী’ৰ জন্ম-কাহিনী


১) এটাকৈ বাক্যত উত্তৰ লিখা্ঁ :

ক) কটন কলেজ কোন চনত স্হাপন হৈছিল ?

খ) কলিকতালৈ পঢ়িবলৈ যোৱা ছাএসকলৰ থকা মেজকেইটা ক’ত ক’ত আছিল?

গ) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন ?

ঘ) অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ক’ত আৰু কোন চনত অসমীয়া ছাএসকলে স্বাপন কৰিছিল ?ইয়াক চমুকৈ কি নাম দিয়া হৈছিল ?

ঙ) অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম গৰাকী সম্পাদক কোন?

চ) “জোনাকী” আলোচনীখন প্ৰকাশৰ ক্ষেএত কোনে বিশেষ উদ্যোগ গ্ৰহন কৰিছিল?

ছ) “জোনাকী” যুগৰ এিমূ্তি কোন?

জ) চন্দকুমাৰ আগৰৱালাই “জোনাকী’ৰ আগকথাত কি লিখিছিল?

ঝ)” জোনাকী” আলোচনীৰ প্ৰথম সম্পাদক কোন?

2) “টি পাটি’ মানে কি?

৩) অ.ভা.উ.সা সভাৰ বিষয়ে চমুকৈ লিখা্ঁ ?

৪) অ.ভা.উ.সা. সভাৰ উল্লেখযোগ্য আচনিসমূহ কি কি ?

৫) জোনাকী আলোচনী প্ৰথম সংখ্যাত কি কি প্ৰকাশ পাইছিল? 

৬) প্ৰসংগ-সংগতি দশাই বাখ্যা কৰাঁ :

ক) আমি যুঁজিবলৈ ওলাইছো আন্ধাৰৰ বিপক্ষে |উদ্দেশ্য দেশৰ উন্নতি জোনাক |”

খ)” জোনাকী আলোচনীখন প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সুচনা হৈছিল বুলিব পাৰি |”

৭) শিক্ষকৰ সহায়ত জানি লোৱা :

ক) হেমচন্দ্ৰ গোস্বামী            খ) চন্দকুমাৰ আগৰৱালা

গ) লক্ষ্মীনাথ বেজবৰুৱা          ঘ) পদ্মনাথ গোহাঞি বৰুৱা

ঙ) ৰজনীকান্ত বৰদলৈ

৮) বিপৰীত শব্দ লিখা্ঁ

উচ্চ-নিম্ন__

স্বদেশ-.........

অসীম-........

নতুন-.........

গ্ৰহন-.........

গধুৰ-.........

পৰাধীন-.......

উচিত-.........

উন্নতি-.........

৯)বাক্য ৰচনা কৰা্ঁ :

পঢ়া-শুনা, ৰং-ধেমালি, ভাষা-সাহিত্য,কথা-বতৰা |

১০) একে অথ বুজোৱা শব্দ লিখা্ঁ :

প্ৰীতি-..........

ঘাই-...........

যত্ন-...........

দখাখ্ত-.........

সূচনা-.........

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.